DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা বাবে ইণ্ডিগ’ৰ দুজন কৰ্মচাৰীক নিলম্বন

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
November 22, 2017 11:44 am
মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা বাবে ইণ্ডিগ’ৰ দুজন কৰ্মচাৰীক নিলম্বন
119
VIEWS
Share on FacebookShare on Twitter

এটা লজ্জাজনক ঘটনাৰ প্ৰতিকাৰমূলক ব্যৱস্থা হিচাপে বিমানসেৱা প্ৰতিষ্ঠান ইণ্ডিগ’ই বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কৰ্মৰত তেওঁলোকৰ দুজন কৰ্মচাৰীক নিলম্বন কৰে। সূত্ৰটোৰ মতে ইণ্ডিগ’ৰ এজন কৰ্মচাৰীয়ে আইনজীৱী কৃষ্ণা শৰ্মাৰ পৰা তেওঁৰ ম’বাইলটো আঁজুৰি লৈ তাত থকা নিৰ্দিষ্ট কিছুমান ফটো মচি দিয়ে। ঘটনাটো সম্পৰ্কত কৃষ্ণা শৰ্মাই বেছি ক’ব নোখোজে যদিও ছ’চিয়েল মিডিয়াত প্ৰচাৰিত খবৰ মতে ভ্ৰমণৰ সময়ত কৃষ্ণা শৰ্মাৰ বেগ বাৰে বাৰে পৰীক্ষা কৰা হৈছিল, যিটোৰ ফটো তুলি লৈছিল কৃষ্ণা শৰ্মাই। পৰীক্ষা কৰাৰ পিছত ইণ্ডিগ’ৰ কৰ্মচাৰী এজনে উক্ত ফটোবোৰ ডিলিট কৰিবলৈ কয়। কিন্তু তেওঁ ফটোবোৰ ডিলিট কৰা বুলি কোৱাৰ পিছতো কৰ্মচাৰীজনে তেওঁৰ পৰা ম’বাইলটো আঁজুৰি লয় আৰু ফটোবোৰ recently deleted ফ’ল্ডাৰৰ পৰাও নিজে ডিলিট কৰি দিয়ে। পিছত ঘটনাটোৰ বিষয়ে কৃষ্ণা শৰ্মাৰ পৰা অভিযোগ পাই ইণ্ডিগ’ই তেওঁ এনেকুৱা অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হ’ব লগীয়া বাবে কৃষ্ণা শৰ্মাৰ ওচৰত ক্ষমা বিচাৰে আৰু লগতে কৰ্মচাৰীজনক নিলম্বন কৰাৰ বিষয়েও অৱগত কৰে। তেওঁ ইণ্ডিগ’ৰ এই ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে শলাগ লয়।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd