• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মহিলা হকী বিশ্বকাপৰ বাবে ঘোষিত ভাৰতীয় দলত মিজোৰামৰ ‘লালৰেমছিয়ামী’

ছাংজুৱালা মাৰ by ছাংজুৱালা মাৰ
July 1, 2018 3:14 pm
Mizo-player-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২১ জুলাইৰ পৰা লণ্ডনত অনুষ্ঠিত হ’বলগীয়া মহিলা হকী বিশ্বকাপৰ ১৮ জনীয়া ভাৰতীয় মহিলা দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে মিজোৰামৰ যুৱ প্ৰতিভাধৰ হকী খেলুৱৈ লালৰেমছিয়ামী ।

মিজোৰামৰ এইগৰাকী প্ৰতিভাধৰ খেলুৱৈ লালৰেমছিয়ামীয়ে ভাৰতীয় মহিলা দলটোৰ আক্ৰমণৰ গুৰু দায়িত্ব বহন কৰিব। ১৮ জনীয়া ভাৰতীয় মহিলা দলটোক নেতৃত্ব প্ৰদান কৰিব অভিজ্ঞ খেলুৱৈ ৰানীয়ে।

Apply Now

উল্লেখ্য যে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হকী বিশ্বকাপত ভাৰতে পুল বিত আমেৰিকা যুক্তৰাষ্ট্ৰ, আয়াৰলেণ্ড আৰু আয়োজক ইংলেণ্ডৰ সৈতে প্ৰতিদ্বণ্ডিতা আগবঢ়াব।

উল্লেখযোগ্য যে বিশ্বকাপলৈ যাবলগীয়া ভাৰতীয় মহিলা দলটোৰ আটাইতকৈ কনিষ্ঠতম খেলুৱৈগৰাকীয়ে হৈছে মিজোৰামৰ লালৰেমছিয়ামী। লালৰেমছিয়ামীয়ে সদ্য সমাপ্ত এছিয়ান য়ুথ অলিম্পিক গেইমছত ভাৰতীয় জুনিয়ৰ দলত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায় প্ৰতিযোগিতাখনত মুঠ সাতটা গ’ল কৰিবলৈ সক্ষম হৈছিল। এই প্ৰদৰ্শনৰ বাবেই লালৰেমছিয়ামীয়ে মূল ভাৰতীয় মহিলা দলত স্থান লাভ কৰি বিশ্বকাপ খেলিবলৈ সুযোগ লাভ কৰিলে।

মিজোৰামৰ ক’লাচিবৰ বাসিন্দা লালৰেমছিয়ামীয়ে স্প’ৰ্টছ অথ’ৰিটি অব ইণ্ডিয়া আৰু থেনজলস্থিত মিজোৰাম ৰাজ্যিক হকী একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সময়তে ভাৰতীয় দলৰ প্ৰশিক্ষকে খেলুৱৈগৰাকীৰ প্ৰতিভা দেখি আকৰ্ষিত হৈ ভাৰতীয় জুমিয়ৰ আৰু ছিনিয়ৰ দলত অংসগ্ৰহণৰ সুযোগ প্ৰদান কৰে।

লালৰেমছিয়ামীয়ে সুযোগ পোৱা মাত্ৰেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ সৰ্বোচ্চ উজাৰি দিয়ে আৰু এইদৰে এখনৰ পাছত আন এখন গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত ভাৰতীয় দলত স্থান লাভ কৰি নিজৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

২০১৭ বৰ্ষৰ এছিয়ান চেম্পিয়নশ্বিপৰ বিজয়ী দলৰ সদস্যা লালৰেমছিয়ামীয়ে নিজৰ এই সাফল্যত ভগৱান, মিজোৰামৰ হকী বিষয়াৰ লগতে স্প’ৰ্টছ অথ’ৰিটি অব ইণ্ডিয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰে।

ছাংজুৱালা মাৰ

ছাংজুৱালা মাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd