• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাছখোৱাত জৈৱিক খাদ্য-সামগ্ৰীৰে উৰুকা মেলা আৰু ভোগালী উৎসৱৰ আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 9, 2018 2:16 pm
ভোগালী বিহু
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অজিৰ পৰা ডেৰশ বছৰৰ আগতে গুৱাহটীৰ মাছখোৱাত হিন্দু-মুছলমান সকলো মিলি সমূহীয়া ভোজভাতৰ মাজেৰে ভোগালী বিহু উদযাপনৰ এক পৰম্পৰা প্ৰচলিত অছিল।

পাহৰণিৰ গৰ্ভত হেৰাই যোৱা উক্ত পৰম্পৰা পুনৰুদ্ধাৰ কৰি যোৱা বছৰৰ পৰা পুনৰ একেদৰে মাছখোৱাত ভোগালী বিহু উদযাপনৰ দিহা কৰি অহা হৈছে।

Apply Now

যোৱা বছৰৰ মাছখোৱাৰ ভোগলী উৎসৱে গুৱাহাটীৰ সুধী সমাজৰ পৰা ব্যাপক সহাৰি লভা আৰু প্ৰচাৰ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা সুত্ৰে এইবাৰো মাছখোৱাবাসীৰ মাজত সথেষ্ট উৎসাহৰ সৃষ্টি কৰিছে আৰু অহা ১৩ জানুৱাৰী তাৰিখে উৰুকা উদযাপনৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে ।

এইবাৰ উৰুকাৰ লগত সংগতি ৰাখি ১১ আৰু ১২ জানুৱাৰি তাৰিখে জৈৱিক পদ্ধতিৰে উৎপাদিত খাদ্য-সামগ্ৰীৰ এখন উৰুকা মেলাৰো আয়োজন কৰা হৈছে । মাছখোৱাৰ ছাৰ ছাদুল্লা উদ্যান উন্নয়ন সমিতি আৰু মাছখোৱা ভোগালী উৎসৱ ২য় বৰ্ষ উদযাপন সমিতিৰ যৌথ উদ্যোগত আৰু অৰ্গেনিক ৰঙিয়া কো-অপাৰেটিভ চছাইটিৰ সহযোগত তথা চছাইটি ফৰ প্ৰমোচন অফ ৰুৰেল এডুকেচন এণ্ড এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট, নৰ্থ ইষ্ট চমুকৈ স্প্ৰেড এন ই’ৰ কাৰিকৰী সহযোগত উক্ত উৰুকা মেলাৰ আয়োজন কৰা হৈছে ।

ৰঙিয়া অৰ্গেনিক কো-অপাৰেটিভ চছাইটিৰ অন্তৰ্গত কৃষকৰ দ্বাৰা উৎপাদিত শাক, পাচলি, জহা চাউল, বৰা চাউল, চিৰা, পিঠা, লাড়ু, দৈ, ক্ৰীম, গুড়, হাহ, কুকুৰা, মাছৰ উপৰিও মাছখোৱাৰ স্থানীয় গৃহিনী সকলে ঘৰত তৈয়াৰ কৰা পিঠা, লাড়ু আৰু অন্যান্য খাদ্য সামগ্ৰী, অসমীয়া গহনা, ফুড প্ৰচেছিঙৰ মেছিন, কৃষি সজুলি আৰু ফুলৰ পুলি মছখোৱাৰ উৰুকা মেলাৰ অন্যতম আকৰ্ষণ হ’ব । ১১ জানুৱৰিৰ দিনৰ এঘাৰ বজাত উৰুকা মেলা উদ্বোধন কৰিব গুৱাহাটী প্ৰাণ ধীৰেন বৰুৱাই।

উদ্বোধনী অনুষ্ঠানৰ লগতে আয়োজিত এক বক্তৃতা অনুষ্ঠানত বিশিষ্ট মনোৰোগ বিশেষজ্ঞ ডা: জয়ন্ত দাসে বয়োজ্যেষ্ঠ নাগৰিকৰ মানসিক উৎকৰ্ষ সাধনৰ বিষয়ে চমু বক্তৃতা প্ৰদান কৰিব । উদ্যক্তা সকলে উক্ত সকলো অনুষ্ঠানত অংশগ্ৰহন কৰি জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰা সকলক উৎসাহিত কৰিবলৈ আৰু উৰুকা মেলা সফল কৰি তুলিবলৈ আহ্বান জনাইছ ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am
নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd