• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীক জৈৱিক কৃষিক্ষেত্ৰৰূপে গঢ় দিয়াৰ আঁচনি : কৃষি বিজ্ঞানীৰে উপায়ুক্তৰ বৈঠক

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , May 13, 2018 1:36 pm

2 min read

organic farming

প্ৰতিনিধিত্বমূলক ছবি

294
VIEWS
Share on FacebookShare on Twitter

কৃষি বিভাগৰ পৃষ্ঠপোষকতাত মাজুলীক ৰাজ্যৰ প্ৰধান জৈৱিক কৃষিক্ষেত্ৰৰূপে গঢ়াৰ বাবে প্ৰস্তুতি চলাইছে মাজুলী জিলা প্ৰশাসনে। এইক্ষেত্ৰত এক উপযুক্ত প্ৰকল্প প্ৰস্তুত কৰি মাজুলীক জৈৱিক কৃষিৰ ‘হাব’ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে বিশেষ উদ্যোগ লৈছে জিলা প্ৰশাসনে।

মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত গঠিত ‘মাজুলী অৰ্গেনিক হাব জিলা স্তৰীয় সমিতি’ৰ শুকুৰবাৰে এখন গুৰত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত।

উপায়ুক্ত মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠক খনত যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী ড০ ৰূপম বৰগোঁহাই, অসম কৃষি বিশ্ব বিদ্যালয়ৰ কৃষি বিজ্ঞানী ড০ মৃণাল শইকীয়া, জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠক, সহকাৰী আয়ুক্তদ্বয় অচ্যুৎ বৰুৱা আৰু নিতিষা বৰাই অংশ গ্ৰহন কৰে।

‘মাজুলী অৰ্গেনিক হাব’ যুগুতোৱাৰ বিষয়ত বৈঠকত উপায়ুক্ত গৰাকীয়ে দুয়োগৰাকী কৃষি বিজ্ঞানী আৰু জিলা কৃষি বিষয়াৰ লগত বৃস্তিতভাৱে আলোচনা কৰে। ইতিমধ্যে কৃষি বিজ্ঞানী দুজনে যুগুত কৰি অনা এই বিষয়ত খচৰা প্ৰকল্প প্ৰতিবেদন এখন বৈঠকত বিষদভাৱে চৰ্চা কৰা হয়।

পৰম্পৰাগত কৃষি পদ্ধতিত অভ্যস্ত মাজুলীৰ কৃষক ৰাইজক ৰাসায়নিক সাৰ, কীটনাশক, অপতৃণ নাশক আদি সম্পূৰ্ণৰূপে পৰিহাৰ কৰি জৈৱিক কৃষিত নিয়োজিত হ’বলৈ উৎসাহিত কৰাৰ লগতে ভৱিষ্যৎ উৎপাদিত জৈৱিক শস্যৰ উপযুক্ত বজাৰ সৃষ্টি আদি দিশকো সামৰি এটা ফলপ্ৰসু আৰু বহনক্ষম জৈৱিক কৃষিক্ষেত্ৰ প্ৰকল্প মাজুলীৰ বাবে প্ৰস্তুত কৰাত উপায়ুক্ত গুৰুত্ব আৰোপ কৰে।

এই সকলো দিশ সামৰি এটা পূৰ্ণাংগ প্ৰকল্প যুগুত কৰি সমিতিক দাখিলৰ বাবে দুয়োগৰাকী কৃষি বিজ্ঞানীক সভাত উপায়ুক্তই দায়িত্ব দিয়ে। এই পূৰ্ণাংগ প্ৰকল্প প্ৰস্তাৱক পিছত জিলাস্তৰীয় সমিতিখনে ৰাজ্য চৰকাৰক দাখিল কৰি মাজুলীত জৈৱিক কৃষিক্ষেত্ৰ প্ৰতিষ্ঠাৰ দিশে আগবাঢ়িব ।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd