DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত অনুষ্ঠিত হ’ব ‘বডৌচা কাপ’ ফুটবলৰ গুৰুত্বপূৰ্ণ পাঁচখন মেচ  

এন ই নাও নিউজ by এন ই নাও নিউজ
July 25, 2018 12:37 pm
29regfootball

প্ৰতিনিধিত্বমূলক চিত্ৰ, উৎস ইণ্টাৰনেট

91
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক ‘বডৌচা কাপ’ ফুটবল প্ৰতিযোগিতাৰ চলিত বৰ্ষৰ কেইখন মান গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব মাজুলীত। অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত আৰু বডৌচা স্প’ৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈ অহা প্ৰতিযোগিতাখন এই বেলি ভৰি দিছে দশম বৰ্ষত। সেয়ে আয়োজক সন্থাই  এই বেলি প্ৰতিযোগিতাখনৰ বাবে মাজুলীৰ লগতে অসমৰ মুঠ আঠটা স্থান নিৰ্বাচন কৰিছে।

উল্লেখ্য যে মাজুলীত জিলা ক্ৰীড়া সন্থাৰ সহযোগত প্ৰতিযোগিতাখনৰ এটা গ্ৰুপৰ তিনিখন মেচ, এখন প্ৰি-কোৱাৰ্টাৰ আৰু এখন কোৱাৰ্টাৰ পৰ্যায়ৰ খেল অনুষ্ঠিত হ’ব।

মঙলবাৰে এই উপলক্ষে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলী জিলা ক্ৰীড়া সন্থা, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক অংকুৰ দত্ত, বডৌচা স্প’ৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি  মৰাণ আৰু মাজুলীৰ নবীন-প্ৰবীণ ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হৈ যায়।

মাজুলীত ৯ ছেপ্টেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বডৌচা কাপৰ খেলসমূহ অনুষ্ঠিত হ’ব বুলি সভাৰ অন্তত প্ৰকাশ কৰে।

মাজুলী মিনি ষ্টেডিয়াম গড়মূৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ বাবে মাজুলী ক্ৰীড়া সন্থাৰ সভাপতি তথা সমষ্টিৰ বিধায়ক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্য পৃষ্ঠপোষক হিচাপে লৈ এখন আদৰণী সমিতি গঠন কৰে।

Recent News

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

জিলা ন্যায়িক আদালতলৈ উন্নীত হ’ল বিশ্বনাথৰ মহকুমা ন্যায়িক আদালত

MS Dhoni

চেন্নাই চুপাৰ কিংছৰ সমৰ্থকলৈ সকাহ: সমৰ্থকলৈ কি বাৰ্তা দিলে ‘থালা’ই!

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

আমি প্ৰত্যেকটো নদী বান্ধ ভাঙি পেলোৱাতো বিচাৰো : অখিল গগৈ

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd