• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুৰ মৰুময় চাপৰিত কৃষকৰ সেউজ বিপ্লৱ : কৃষি অৰ্থনীতিলৈ যোগাত্মক বাৰ্তা

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 6, 2018 1:45 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰৰ উৰ্বৰা ভূমিয়ে সৃষ্টি কৰা এটা ৰসাল চাপৰি । মাজুলীৰ কমলাবাৰীৰ পৰা দহ কি:মি: দক্ষিণ-পশ্চিম দিশত অৱস্থিত মাজুলীৰ বুকুৰে অন্য এক মাজুলী হিচাপে পৰিচিত নাম ভকত চাপৰি । খহনীয়াৰ কবলত পৰি দিশহাৰা, গৃহহাৰা হোৱা নামনি মাজুলীৰ দুৰ্ভগীয়া লোক সকলৰ এঘৰ এঘৰকৈ আহি চাপৰিটোত সোতৰ খনকৈ গাও সৃষ্টি হলহি এই ভকত চাপৰি অঞ্চল।

অত্যন্ত কষ্ট কৰিব পৰা চাপৰিটোৰ বাসিন্দা সকলে নিজা কষ্ট তথা জৈৱিক কৃষি কৰ্মৰ যোগেদি বালিময় চাপৰিটো ক্ৰমে সেইজীয়া চাপৰিলৈ ৰূপান্তৰ কৰি তোলে। ভকত চাপৰি এতিয়া মাজুলীৰ শইচৰ ভঁৰাল হিচাপে পৰিচিত হৈ পৰিছে ।

Apply Now

বাৰ মাহত তেৰটা খেতি কৰি কৃষক সকলে এক সেউজ বিপ্লৱৰ সুচনা কৰিছে চাপৰিটোত। আধুনিক বিজ্ঞানসন্মত কৌশল তথা কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ পৰম্পৰাগত পদ্ধতিৰে সম্পূৰ্ণ বিশুদ্ধ আৰু স্বাস্থ্যসন্মত গুৰ উৎপাদন কৰি দৃষ্টি আকৰ্ষণ কৰিছে মাজুলীৰ ভকত চাপৰিৰ কৃষক ৰাইজে।

index 2

বৰ্তমান বিহুৰ বতৰত উশাহ লবলৈও সময় নোপোৱা এইসকল কৃষকে দিনৰ দিনটো আৰু নিশা এপৰলৈকে কুঁহিয়াৰ সমুহ পৰিস্কাৰ কৰি শালত চেপি ৰস উলিয়াই ঢালাইত পগোৱাৰ পৰা আৰম্ভ কৰি ২ কিলোগ্ৰামৰ পৰা ১০ কিলোগ্ৰামলৈকে বিভিন্ন আকাৰৰ চাঁকি বা ঢালা গুৰ তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে।

চাপৰিটোৰ প্ৰায় ৪০০ পৰিয়াল এই কুঁহিয়াৰ খেতি আৰু গুৰ উৎপাদনৰ লগত জড়িত। অন্যান্য কৃষিৰ উপৰি এইসকল কৃষকে এইটো বৰ্ষত মুঠ ১০০০ বিঘা মাটিত কুঁহিয়াৰ খেতি কৰিছে। তথ্য অনুসৰি প্ৰতি বিঘা মাটিত উৎপাদিত কুঁহিয়াৰৰ পৰা ১২ কুইণ্টলকৈ গুৰ উৎপাদন হৈছে।

ব্যৱসায়ী সকলে কৃষক সকলৰ পৰা কুইণ্টলে প্ৰতি ৪০০০ টকাকৈ ক্ৰয় কৰি মাজুলীৰ লগতে ধেমাজি, লক্ষিমপুৰ, যোৰহাট, ডিব্ৰুগড় পৰ্যন্ত গুৰৰ বজাৰখন সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে ।

উল্লেখ্য এই বৰ্ষত গুৰৰ পৰাই ভকত চাপৰিৰ কৃষক সকলে ৪ কোটি ৮০ লাখ টকা উপাৰ্জন কৰিছে । ই মাজুলীৰ গ্ৰাম্য অৰ্থনীতিলৈ এক যোগাত্মক বাৰ্তা কঢ়িয়াই আনিছে । ভকত চাপৰিৰ এই লাভজনক কুঁহিয়াৰ খেতিত নামি পৰিছে অঞ্চলটোৰ বহু শিক্ষিত যুৱক ।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd