DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীবাসীৰ বাবে সুখবৰ; মাজুলী-নিমাতি ফেৰি সেৱাত নতুনকৈ সংযুক্ত জাহাজ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 6, 2018 10:04 am
মাজুলীবাসীৰ বাবে সুখবৰ; মাজুলী-নিমাতি ফেৰি সেৱাত নতুনকৈ সংযুক্ত জাহাজ
199
VIEWS
Share on FacebookShare on Twitter

মাজুলীবাসীৰ বাবে শেহতীয়াকৈ আহিছে এক সুখবৰ। যিহেতু মাজুলী-নিমাতি ফেৰি সেৱাত নতুনকৈ সংযুক্ত হ’ল পাঁচখন জাহাজ।

দেওবাৰে সন্ধিয়া মাজুলী কমলাবাৰী ফেৰি ঘাটত উপস্থিত কৰাইছেহি এই নতুনকৈ সংযুক্ত হ’ব লগীয়া ফেৰীকেইখন।

আনহাতে ৯ আগষ্টত মাজুলী কমলাবাৰী ফেৰি ঘাটত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেয়ে এই ফেৰি তথা জাহাজ কেইখনৰ শুভ উদ্বোধন কৰিবহি।

উল্লেখযোগ্য যে মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে চলাব লগা নতুন এই জাহাজ পাঁচখন অসম চৰকাৰৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। পাঁচখন জাহাজৰ ভিতৰত দুখন জাহাজ গুৱাহাটীৰ পৰা মাজুলীলৈ অনা হৈছে।

মাজুলীবাসীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে মাজুলীৰ কমলাবাৰীৰ পৰা নিমাতিঘাটলৈ এই নতুন পাঁচখন জাহাজ চলাব।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ প্ৰকল্প প্ৰস্তুতিৰ কামৰ বাবে বিশ্ব বেংকে ১৬ কোটি টকা মঞ্জুৰ কৰিছে আৰু প্ৰকল্পটো গৃহত হোৱাৰ পিছত ১০০০ কোটি টকাৰ কাম আৰম্ভ হ’ব। এই কামৰ অন্তৰ্গত ৰাজ্যৰ নদী সমূহৰ ঘাট নতুনকৈ নিৰ্মাণ কৰাৰ লগতে নতুন জাহাজ নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে।

Recent News

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

জ্ঞানৱাপী মছজিদ বিতৰ্ক: উচ্চতম ন্যায়ালয়ে বাৰাণসী জিলা ন্যায়াধীশৰ ওচৰলৈ পঠিয়ালে গোচৰ

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd