DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীৰ বিহু সন্মিলনৰ পৰা যুৱ প্ৰজন্মক ধ্যান-ধাৰণা সলনি কৰাৰ আহ্বন মুখ্য মন্ত্ৰীৰ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 16, 2018 8:08 pm
Sarbananda Sonowal
244
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ গড়মূৰত অনুষ্ঠিত মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

মুখ্য অতিথি হিচাপে উপস্থিত থাকি সোণোৱালে বিহুৱে যোগোৱা প্ৰেৰণাৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্মই কৰ্ম সংস্কৃতি গঢ়াত আত্মনিয়োগ কৰিব লাগিব বুলি মন্তব্য কৰে।

ভাষণ প্ৰসঙ্গত তেওঁ ভিয়েটনামৰ উন্নত কৃষি ব্যৱস্থাৰ কথা উল্লেখ কৰি কয়, ‘আমাৰ যুৱ সমাজে নিজৰ ধ্যান-ধাৰণা সলনি কৰিলে অসমেও কৃষি খণ্ডত চহকী ৰাজ্য হিচাপে পৰিগণিত হ’বলৈ সক্ষম হ’ব।‘

ইয়াৰ উপৰি মাজুলীলৈ বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে মাজুলীৰ সংস্কৃতি, প্ৰাকৃতিক সৌন্দৰ্য আৰু বিশুদ্ধ বায়ু-পানী ভৱিষ্যতৰ বাবে অক্ষত কৰি ৰাখিব লাগিব বুলি মন্তব্য কৰে।

উক্ত সভাত ভাষণ প্ৰদান কৰি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে সংস্কৃতিৰ সংৰক্ষণৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে।

আজিৰ এই অনুষ্ঠানত সাংসদ প্ৰদান বৰুৱা, বিধায়ক বিমল বৰা, দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, উপায়ুক্ত দেৱ মিশ্ৰ প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত আছিল।

অনাহাতে ৰাতিৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিেশন কৰিব জুবিন গাৰ্গে। ইতিমধ্যে কমলাবাৰী ফেৰীৰে আহি তেওঁ মাজুলীত উপস্থিত হৈছেহি।

Recent News

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

BREAKING NEWS পুনৰ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্যক ,অভিকেন্দ্ৰ মৰিগাওঁ

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

ক’ত গল ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰতি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd