• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কাম-কাজত অসন্তুষ্ট মাজুলী জিলা উপায়ুক্ত

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
April 23, 2018 6:15 pm
উপায়ুক্ত
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলীৰ ভৌগোলিক সুৰক্ষাক লৈ কৰা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কৰ্মকাণ্ডই শেহতীয়াকৈ স্তম্ভিত কৰি তুলিছে মাজুলীবাসীক।

উল্লেখযোগ্য যে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই আজি (২৩ এপ্ৰিল) ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ প্ৰায় ১৬০ কোটি টকীয়া “ব্ৰহ্মপুত্ৰৰ বান-খহনীয়াৰ পৰা মাজুলীৰ স্থায়ী সুৰক্ষা প্ৰকল্প”ৰ ৰূপায়ণ কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে।

Apply Now

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়া-অভিযন্তা আৰু এই প্ৰকল্প ৰূপায়ণৰ দায়িত্বত থকা নিৰ্মাণকাৰী প্ৰতিষ্ঠান টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীৰ শীৰ্ষ কাৰ্যনিৰ্বাহক তলৱ কৰি উপায়ুক্ত মিশ্ৰই নিজ কাৰ্যালয় কক্ষত সোমবাৰে অনুষ্ঠিত কৰা এখন বৈঠকত মাজুলীবাসীৰ ভৱিষ্যতৰ প্ৰশ্ন জড়িত হৈ থকা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৰ কাৰ্য ৰূপায়ণ এই পৰ্যন্ত আশাপ্ৰদ হৈ নুঠাক লৈ ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীৰ পৰা কৈফিয়ৎ বিচাৰে।

নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে যোৱা ৬ এপ্ৰিলত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ আৰু মাজুলীৰ উপায়ুক্তৰ আগত দিয়া প্ৰতিশ্ৰুতি অনুসৰি এতিয়ালৈকে সম্পূৰ্ণ কৰিবলগা কামৰ নিৰ্ধাৰিত লক্ষ্যৰ এক তৃতীয়াংশৰো কাষ চাপিব নোৱাৰাক লৈ উপায়ুক্ত মিশ্ৰই টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীৰ লগতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডক সমালোচনা কৰে।

বৈঠকত জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সহকাৰী আয়ুক্তদ্বয় অচ্যুৎ বৰুৱা, নিতিষা বৰাই অংশ গ্ৰহণ কৰাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধীক্ষক অভিযন্তা দেৱেন শৰ্মা, কাৰ্যবাহী অভিযন্তা এম কে বি চিংল’, সহকাৰী কাৰ্যবাহী অভিযন্তা পৰাগজিৎ শৰ্মা আৰু টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীৰ সঞ্চালক টেকি তাৰা, টেকনিকেল কন্ছালটেণ্ট বৰা এটে আৰু প্ৰকল্প তত্বাৱধায়ক উপস্থিত থাকে।

আজিৰ বৈঠকত উপায়ুক্তই মাজুলীবাসীৰ জীৱন-সম্পত্তিক লৈ হেতালি খেলাৰ পৰা বিৰত থাকি ৰূপায়ণকাৰ্য ক্ষিপ্ৰতাৰে আগবঢ়াই নিবলৈ টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সী আৰু ব্ৰহ্মপুত্ৰৰ ব’ৰ্ডক কঠোৰ ভাৱে সঁকীয়াই দিয়ে। বৈঠকত টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীয়ে অহা ৩০এপ্ৰিলৰ ভিতৰত ৪১টা স্থানত ১৫,০০০টা পৰ্কুপাইন সংস্থাপন কৰিব বুলি উপায়ুক্তক অৱগত কৰে।

একেদৰে প্ৰতিষ্ঠানটোৱে অহা ১০ মে’ৰ ভিতৰত নতুনকৈ ৫০,০০০টা জিঅ’ বেগ আৰু পুনৰ ২০ মে’ৰ ভিতৰত অতিৰিক্ত ভাৱে আন ২০,০০০টা জিঅ’বেগ মাজুলীত আনি মজুত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে।

ইফালে এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিষয়া-অভিযন্তায়ো টি কে ইঞ্জিনিয়াৰিং কনছালটেন্সীৰ ৰূপায়ণ কাৰ্য নিৰন্তৰ নিৰীক্ষণ কৰি দৈনিক উপায়ুক্তক অগ্ৰগতিৰ প্ৰতিবেদন দিব লাগিব।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd