• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

মাণ্ডলিক ক্ৰিকেট একাডেমিৰ উত্তৰ-পূব আৰু বিহাৰ মণ্ডল শিবিৰৰ প্ৰশিক্ষকৰ দায়িত্ব ছিকিমৰ কিকাম ভুটিয়ালৈ

NE NOW NEWS সাগৰ ছেত্ৰী
গেংটক , April 18, 2018 6:17 pm

1 min read

মাণ্ডলিক ক্ৰিকেট একাডেমিৰ উত্তৰ-পূব আৰু বিহাৰ মণ্ডল শিবিৰৰ প্ৰশিক্ষকৰ দায়িত্ব ছিকিমৰ কিকাম ভুটিয়ালৈ
78
VIEWS
Share on FacebookShare on Twitter

অহা ২৩ এপ্ৰিলৰ পৰা ১৩ মে’লৈকে ইম্ফলত অনুষ্ঠিত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব (ছোৱালী) মাণ্ডলিক ক্ৰিকেট একাডেমিৰ উত্তৰ-পূব আৰু বিহাৰ মণ্ডল শিবিৰৰ বাবে বি চি চি আইয়ে ছিকিমৰ কিকাম ভুটিয়াক ফিল্ডিং আৰু উইকেট কিপিঙৰ প্ৰশিক্ষক হিচাপে নিযুক্ত কৰিছে।

তেওঁ কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত ছিকিমক প্ৰতিনিধিত্ব কৰিছে। ২০১০ চনত তেওঁ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সম্পুৰ্ণ কৰিছে।

ইতিমধ্যে তেওঁ ২০১১ চনত বেংগালোৰস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমিত অনুষ্ঠিত মহিলা ৰাষ্ট্ৰীয় শিবিৰ আৰু ২০১৫ চনত ১৯ বছৰ অনূৰ্ধ্ব পূব মণ্ডল শিবিৰত সহকাৰী প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছিল।

১৯৮৮ চনত পূব ছিকিমৰ টাডং মেট্ৰ’ পইণ্টৰ লেনডুপ ভুটিয়া আৰু ডছুম ভুটিয়াৰ কন্যা কিকাম ভুটিয়া বৰ্তমান ছিকিম মহিলা ক্ৰিকেট দলৰ প্ৰশিক্ষক।

Recent News

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd