DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাথোঁ চমক দিয়েই আমনি লাগিল চৰকাৰৰ : মেধাৱী ছাত্ৰীক দিয়া বিনামূলীয়া স্কুটি কৰিলে চাইকেল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2018 4:06 pm
Scooty
118
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ নেতৃত্বাধীন নতুন চৰকাৰে যোৱা বছৰ উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ ১০০০ গৰাকী মেধাৱী ছাত্ৰীক বিনামূলীয়াকৈ স্কুটি উপহাৰ দি এক প্ৰকাৰৰ চমক দিয়াৰ লগতে ছাত্ৰী আৰু অভিভাৱক সমাজ পৰা প্ৰশংসা লাভ কৰিছিল। কিন্তু মাত্ৰ এবছৰ এই আঁচনিখন ৰূপায়ণ কৰিয়েই চৰকাৰৰ আমনি লাগিল। চৰকাৰে এইবাৰ বিনামূলীয়া স্কুটি দিয়া নহয় বুলি আজি ঘোষণা কৰিছে।

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমক জনোৱামতে, চৰকাৰে এইবাৰ স্কুটিৰ পৰিৱৰ্তে ১০০০০ ছাত্ৰ-ছাত্ৰীক চাইকেলহে দিব।

অথচ মুখ্য মন্ত্ৰী আৰু তদানীন্তন শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱাবাৰ উত্তীৰ্ণসকলক স্কুটি বিতৰণ কৰা অনুষ্ঠানত ঘোষণা কৰিছিল যে অহা বছৰ, অৰ্থাৎ ২০১৮ বৰ্ষত ৫ হাজাৰ ছাত্ৰীক স্কুটি দিয়া হ’ব। মাত্ৰ কেইমাহ মানৰ পিছতে চৰকাৰৰ এই লুটি-বাগৰক লৈ এতিয়া সকলোতে সৰৱ আলোচনা হৈছে।

চৰকাৰে মাথো চমক দিবৰ বাবেই এই আঁচনিখন আৰম্ভ কৰিছিল নেকি বুলি প্ৰশ্ন তুলিছে ক্ষুভিত ছাত্ৰী সমাজে।

আনহাতে যোৱাবাৰ উত্তীৰ্ণসকলক স্কুটি বিতৰণ অনুষ্ঠানতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিনামূলীয়া স্কুটি প্ৰদানৰ আঁচনিখনক ছাত্ৰীৰ মেধাৰ স্বীকৃতিৰ লগতে মহিলা সবলীকৰণৰো প্ৰতীক বুলি উল্লেখ কৰিছিল।

আনহাতে বহুতে এইটো ৰাজনৈতিক ভূতপূৰ্ব শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্বৰ কৌশল বুলিও কোৱাকুই কৰিছে। কাৰণ ড০ হিমন্ত বিশ্বই বিভাগটো এৰি দিয়াৰ পিছতে ইটোৰ পিছত সিটো নেতিবাচক খবৰে শিক্ষা বিভাগৰ প্ৰতি মানুহৰ আস্থা হ্ৰাস কৰা দেখা গৈছে বুলি মন্তব্য কৰিছে।

Recent News

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd