• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত আটক হোৱা দুজন জুৱাৰীক জে’ললৈ প্ৰেৰণ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , July 18, 2018 7:21 pm

1 min read

arrested-680x365

প্ৰতিনিধিত্বমূলক ফটো

66
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে মঙলবাৰে নিশা জুৱাৰ বিৰুদ্ধে অভিযান চলাই দুজনকৈ জুৱাৰীক আটক কৰি আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

প্ৰাপ্ত তথ্য মতে দীৰ্ঘদিনৰ পৰা মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত চলি থকা জুৱা খেলৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গিৰিণ সোণোৱালৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে বৰগোলাই অঞ্চলত অভিযান চলায়।

অভিযানকালত আৰক্ষীয়ে দুজন জুৱাৰী ক্ৰমে প্লেয়াৰ লাইনৰ নিৱাসী সিং বাহাদুৰ তামাং(২৬) আৰু বৰগোলাই বজাৰৰ এম কে লাইনৰ নিৱাসী গোবিন্দ ছেত্ৰী (২৯)ক আটক কৰে।

ইতিমধ্যে মাৰ্ঘেৰিটা থানাত ‘আসাম গেম এণ্ড বেটিং এক্ট ১৯৭০’ ৰ অধীনত ১৪/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি যুৱকদ্বয়ক আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।

আনহাতে স্থানীয় ৰাইজে অঞ্চলটোত এনে দৰে জুৱা খেল পাতি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি অহা লোকক আৰক্ষীয়ে অভিযান চলাই আটক কৰা কাৰ্যক প্ৰশংসা কৰাৰ লগতে অঞ্চলটোৰ আন আন জুৱাৰী সকলকো অভিযান চলাই আটক কৰাৰ বাবে আহ্বান জনায়।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd