DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘মিঃ য়ুনিভাৰ্ছ’ত ৰূপৰ পদক বিজয়ী ছৰিফুল শইকীয়াক নগাঁৱত উষ্ম আদৰণি

মিণ্টু দাস by মিণ্টু দাস
July 5, 2018 4:28 pm
91115312-3752-4762-a081-b883b45bf909
81
VIEWS
Share on FacebookShare on Twitter

১ জুলাইত ছিংগাপুৰৰ জক’ চহৰত ৱৰ্ল্ড ফিটনেছ ফেডাৰেশ্যন (World Fitness Federation) য়ে আয়োজন কৰা মিষ্টাৰ য়ুনিভাৰ্ছ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি ৰাজ্যবাসীৰ লগতে দেশবাসীলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নগাঁৱৰ শৰীৰ চৰ্চাবিদ ছৰিফুল শইকীয়াৰ সফলতাই উৎফুল্লিত কৰি তুলিছে নগাঁওবাসী ৰাইজক ৷

৪ জুলাই অৰ্থাৎ বুধবাৰে ছিংগাপুৰৰ পৰা গৃহভূমি নগাঁৱত প্ৰত্যাৱৰ্তন কৰাৰ পিছতে ছৰিফুলক উষ্ম আদৰণি জনাই নগাঁও চহৰত এক শোভাযাত্ৰা বাহিৰ কৰে ৷

মিঃ য়ুনিভাৰ্ছ খিতাপ দখলৰ বাবে বিশ্বৰ মুঠ ২৯খন দেশৰ পাঁচ শতাধিক প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত নিজৰ দক্ষতা প্ৰদৰ্শনেৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ছৰিফুল ৷

dce21b12-a505-4d1e-bd5f-0e90bbc76d50

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেইবাটাও খিতাপৰ লগতে মিষ্টাৰ এছিয়া পেছিফিক সন্মান কঢ়িয়াবলৈ সক্ষম হৈছিল নগাঁৱৰ ছৰিফুল শইকীয়াই৷ ছিংগাপুৰৰ কলং থিয়েটাৰত অনুষ্ঠিত হোৱা এছিয়া পেচিফিক প্ৰ’ এম চেম্পিয়নশ্বিপৰ ৮০ ৰ পৰা ৯০ কেজিৰ শাখাত এই খিতাপ আজুৰি আনিছিল ছৰিফুলে৷

কেৱল এয়াই নহয় ইয়াৰ পূৰ্বে ছৰিফুলে দুবাৰকৈ মিষ্টাৰ ইণ্ডিয়া খিতাপ আৰু তিনিবাৰকৈ মিষ্টাৰ আছাম খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ ২০১৭ চনৰ ডিচেম্বৰ মাহত পঞ্জাৱত অনুষ্ঠিত হোৱা মিষ্টাৰ ইণ্ডিয়া বডি বিল্ডিং চেম্পিয়নশ্বিপত ছৰিফুলে অংশগ্ৰহণ কৰি সাফল্য লাভ কৰিছিল৷

নগাঁও জিলাৰ প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ ছৰিফুল আলম শইকীয়াই ইতিমধ্যে মিঃ ইণ্ডিয়া আৰু মিঃ এচিয়া খিতাপ জয়েৰে নগাঁও তথা সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনি থৈছে।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd