DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মিজোৰামৰ গভীৰ অৰণ্যৰ গুহাত আৱিস্কৃত প্ৰাচীন অধিবাসীৰ অৱশেষ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2018 11:08 am
mizoram cave2

মিজোৰাম অনলাইনৰ সৌজন্যত

100
VIEWS
Share on FacebookShare on Twitter

কলা আৰু কৃষ্টি ঐতিহ্যৰ ভাৰতীয় ৰাষ্ট্ৰীয় ন্যাসৰ (Indian National Trust for Art and Cultural Heritage) মিজোৰাম শাখা আৰু ভাৰতীয় মানৱশাস্ত্ৰ জৰীপ বিভাগৰ যুটীয়া অভিযানত মিজোৰামৰ ইতিহাসৰ এটা নতুন অধ্যায় আৱিস্কৃত হৈছে। গুহাত লাভ কৰা সাক্ষ্যসমূহে মিজোৰামৰ ইতিহাস নতুনকৈ জুঁকিয়াই চাবলৈ বাধ্য কৰিব বুলি আশা কৰা গৈছে।

মিজোৰামৰ গুহাত লাভ কৰি মানুহৰ লাওখোলা আৰু কংকালৰ অৱশিষ্টসমূহৰ ওপৰত কলা আৰু কৃষ্টি ঐতিহ্যৰ ভাৰতীয় ৰাষ্ট্ৰীয় ন্যাসৰ মিজোৰাম শাখা আৰু ভাৰতীয় মানৱশাস্ত্ৰ জৰীপৰ বৈজ্ঞানিকসকলে এলানি উদ্ঘাটনমূলক অধ্যয়ন সম্পন্ন কৰিছে।

আলোচনা আৰু প্ৰাথমিক অধ্যয়নৰ বাবে ভাৰতীয় মানৱশাস্ত্ৰ জৰীপ বিভাগৰ এটা গৱেষকৰ দল ইতিমধ্যে মিজোৰামত আহি উপস্থিত হৈছে।

এই দলটোত আছে আঞ্চলিক বিষয়া আৰ আৰ গৌলুগ, সহকাৰী মানৱশাস্ত্ৰবিদ জি কে বেৰা, আৰু পৰিসংখ্যাবিদ এলিজাবেথ লালাওকিমি। তেওঁলোকে এই বিষয়টো কলিকতাস্থিত ফৰ্ধতম কৰ্তৃপক্ষৰ ওচৰলৈ লৈ যাব বিচাৰিছে।

আৱিস্কাৰমূলক কাৰ্যসূচীটোত বৈজ্ঞানিকসকলে লাওখোলা আৰু কংকালসমূহৰ নমুনাসংগ্ৰহ কৰিব আৰু সেইবোৰৰ কাৰ্বন ডেটিং আৰু পৰীক্ষাগাৰৰ পৰীক্ষা সম্পন্ন কৰিব।

mizoram cave1

উল্লেখ্য যে গুহাসমূহৰ ভিতৰত লাভ কৰা বেছি ভাগ কংকাললেই সাধাৰণ মিজোলোকৰ তুলনাত ওখ।

বৈজ্ঞানিকসকলৰ ধাৰণা যে মিজোসকল এই অঞ্চললৈ অহাৰ পূৰ্বে এক অন্য জনগোষ্ঠীয়ে এই অঞ্চলত বসতি কৰিছিল।

ৰাজ্যখনত থকা ইয়াৰে বহুতো গুহা গভীৰ অৰণ্য আৰু ভিতৰুৱা এলেকাত অৱস্থিত।

বৈজ্ঞানিকসকলে আশা প্ৰকাশ কৰে যে বহু বহু শতিকাৰ পূৰ্বৰ এই কংকালসমূহৰ অধ্যয়নে ইতিহাসবিদসকলক ৰাজ্যখনৰ ইতিহাস নতুনকৈ লিখাত সহায় কৰিব।

মিজোৰামৰ কেইটামান বিখ্যাত গুহা হৈছে মামিত জিলাৰ মাৰপাৰাৰ সমীপস্থ পুকজিং গাঁওত থকা পুকজিং গুহা, , লাংলেই জিলাৰ মামতে গাঁওৰ কাষৰ মিলু পুক (লাওখোলা) গুহা, চামফাই জিলাৰ ফাৰকাওন গাঁওৰ লাংছিয়াল পুক (লামছিয়াল গুহা) আৰু চামফাই জিলাৰ ভাফাই গাঁওৰ ওচৰত থকা কংগাওঢ়ি গুহা।

Recent News

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

পি চিদাম্বৰমৰ পুত্ৰৰ বিৰুদ্ধে নতুন গোচৰ; কাৰ্তি চিদাম্বৰমৰ একাধিক সম্পত্তিত অভিযান চিবিআইৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

আলফা (স্বা:)ৰ মুৰব্বী পৰেশ বৰুৱাই শান্তি আলোচনাত যোগদান কৰাৰ সম্ভাৱনা নাই: ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

কণ্ঠশিল্পী জুবলিৰ সংগীতানুষ্ঠান চলি থকাৰ মাজতে অঘটন; যুৱকৰ দলৰ প্ৰহাৰত আহত এজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd