DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মিজোৰামৰ যুৱ আয়োগলৈ মুখ্য মন্ত্ৰী লাল থানহাওলাৰ আৰ্থিক পুঁজি ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2018 1:15 pm
mizo
90
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ যুৱ আয়োগক অধিক শক্তিশালী কৰাৰ স্বাৰ্থতে বুধবাৰে মুখ্য মন্ত্ৰী লাল থানহাওলাই আয়োগৰ অধ্যক্ষ যোছেফ লাহলিমপুইৱাক ১২০ লাখ টকাৰ চেক আগবঢ়ায়।

বুধবাৰে আইজলত অনুষ্ঠিত এখন বৈঠকত মুখ্য মন্ত্ৰী লাল থানহাওলাই আয়োগক এই পুঁজি মুকলি কৰি দিয়া অনুষ্ঠানটোত বহুকেইগৰাকী চৰকাৰী বিষয়াৰ লগতে ভালেসংখ্যক লোক উপস্থিত আছিল।উল্লেখযোগ্য যে মিজোৰাম যুৱ আয়োগে হাতত লোৱা পৰিকল্পনা অনুসৰি ৰাজ্যখনৰ যুৱক- যুৱতীসকলক অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে সাজু কৰাৰ উদ্দেশ্যে উক্ত পুঁজি খৰচ কৰা হ’ব।

বৈঠকখনত মিজোৰাম যুৱ আয়োগৰ অধ্যক্ষগৰাকীয়ে ইউপিএছচি, আইআইটি- জেইই আৰু নীট পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে বাবে তুলনামূলকভাৱে কম খৰচী প্ৰশিক্ষণৰ কাৰ্যসূচী হাতত লোৱা সন্দৰ্ভত বাখ্যা আগবঢ়ায়।

ইয়াৰ মাজতে আয়োগৰ নতুন সদস্য সকলে বিভিন্ন প্ৰকল্প সন্দৰ্ভত তেওঁলোকৰ উপলব্ধিৰ বিষয়ে উপস্থিত সকলক অৱগত কৰে।

আনহাতে বৈঠকখনত অহা ১৪ জুলাইৰ পৰা একাদশ (বিজ্ঞান) শ্ৰেনীৰ বাবে লুংলেই আৰু আইজলত তথা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া আইএএছ প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হয়।

 

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd