• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুক্তিৰ বাবে সাজু উত্তৰ-পূৰ্বাঞ্চলৰ ডেনী ডেনজংপা, গীতাঞ্জলি থাপা আৰু আদিল হুছেইন অভিনীত ‘বায়’স্কোপৱালা’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 12, 2018 9:55 am

1 min read

B-1-570x320

ফটো : টুইটাৰ

189
VIEWS
Share on FacebookShare on Twitter

ডেনী ডেনজংপা, গীতাঞ্জলি থাপা, টিস্কা চোপ্ৰা আৰু আদিল হুছেইন অভিনীত দেব মেধেকাৰৰ ছবি ‘বায়’স্কোপৱালা’ অহা ২৫ মে’ত মুক্তিৰ বাবে সাজু হৈ উঠিছে।

এই চলচ্চিত্ৰখনৰ কাহিনীভাগ লোৱা হৈছে ১৮৯২ চনৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ চুটিগল্প ‘কাবুলীৱালা’ৰ পৰা।

বায়’স্কোপৱালাত মিনি বাসুৱে (গীতাঞ্জলি থাপা) এক বিমান দুৰ্ঘটনাত তাইৰ দেউতাকৰ মৃত্যু হোৱাৰ পিছত শৈশৱৰ স্মৃতি ৰোমন্থন কৰাৰ চেষ্টা কৰে।

এই প্ৰচেষ্টাৰ সময়তে তাই মৃত দেউতাকৰ পুৰণি বন্ধু (ডেনী)ক মনত পেলায় যিয়ে শৈশৱত তাই ভাল পোৱা এক বায়’স্কোপ প্ৰদৰ্শনী চলাইছিল।

এই ক্ষেত্ৰত মিনিয়ে বায়’স্কোপৱালাৰ ছোৱালীজনী যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ ক’ত আছে বিচাৰি উলিওৱাৰ প্ৰয়াস চলায়। ‘’ মোৰ জীৱনত এনেকুৱা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মানুহজনৰ কি ঘটিল সেইটো মোৰ প্ৰতিটো খোজৰ মুহূৰ্ততে বিচাৰি ফুৰো,’’-ছবিখনৰ অলপতে প্ৰকাশ পোৱা ট্ৰেইলাৰত মিনিয়ে এনেদৰে ঘোষণা কৰিছে।

ছিকিমৰ ডেনী ডেনজেংপা, গীতাঞ্জলি থাপা আৰু অসমৰ আদিল হুছেইনৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাগৰাকীও শিল্পীয়ে অভিনয় কৰিছে চলচ্চিত্ৰখনত।

ৰবীন্দ্ৰনাথৰ কাবুলীৱালাত কলকাতাৰ এজনী পাঁচ বছৰীয়া ছোৱালীৰ সৈতে বন্ধুত্ব গঢ় লৈ উঠা শুকান ফলৰ ব্যৱসায়ীৰ কাহিনী বৰ্ণিত হৈছে। কিয়নো ছোৱালীজনীয়ে তেওঁৰ কাবুলত থকা নিজৰ ছোৱালীজনীৰ কথা সোঁৱৰাই দিছিল।

ছবিখনৰ ট্ৰেইলাৰ চাওক-

Recent News

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd