• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটীত ৰাষ্ট্ৰীয় যুৱ নেতৃত্ব শিৱিৰ উদ্বোধন

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
December 25, 2017 9:08 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

 

Apply Now

গুৱাহাটীৰ নাৰেংগীৰ আৰ্মি পাব্লিক স্কুলত থকা জি অ’ চি ১০১ নং অঞ্চলত ২৩ সংখ্যক ৰাষ্ট্ৰীয় যুৱ নেতৃত্ব শিৱিৰটো দেওবাৰে উদ্বোধন কৰে লেফটেনেন্ট জেনেৰেল ডি এছ আহুজাই। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনে প্ৰচেষ্টাক প্ৰশংসা কৰে।

অহা ৩১ ডিচেম্বৰত সামৰণি পৰিবলগীয়া শিৱিৰটোত ১৪ বছৰৰ পৰা ২৫ বছৰৰ বয়সৰ মুঠতে ৫০০ গৰাকী যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। ইয়াৰে ৩০০ গৰাকী ল’ৰা আৰু ২০০ গৰাকী ছোৱালী।

এই শিৱিৰৰ উদ্দেশ্য হৈছে শৃংখলা, নিয়মানুৱৰ্তিতা আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰাৰ লগতে ভিন্ন ৰাজ্য তথা ভিন্ন অঞ্চলৰ যুৱসকলৰ সৈতে মত বিনিময়ৰ যোগেদি ৰাষ্ট্ৰীয় একতাৰ ধাৰণাৰ বিকাশ আৰু এটা স্বাস্থ্যসন্মত জীৱন প্ৰণালী গঢ়ি তোলাৰ প্ৰৱণতা সৃষ্টি কৰা।

 

 

শিৱিৰত অংশগ্ৰহণকাৰী যুৱসকলক নেতৃত্ব বহনৰ শিক্ষা, শাৰীৰিক প্ৰশিক্ষণ, যোগ, ক্ৰীড়া আৰু দলীয় খেল, প্ৰাথমিক চিকিৎসা আৰু স্বাৱলম্বনৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বৃত্তিৰ আভাস দাঙি ধৰা হ’ব।

শিৱিৰৰ সময়ছোৱাত জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণ, বিজ্ঞানক জনমুখী কৰি তোলা, ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰা তথা কেৰিয়াৰৰ নিৰ্দেশনা সম্পৰ্কীয় আলোচনা চক্ৰৰো আয়োজন কৰা হ’ব। দেশৰ যুৱসকলৰ মাজত বিজ্ঞান আৰু সংস্কৃতিৰ বিৰল সমন্বয়ৰ গুৰুত্বপূৰ্ণ দিশবোৰ উন্মোচন কৰা হ’ব শিৱিৰৰ প্ৰশিক্ষণৰ সময়ছোৱাত।

বিজ্ঞানৰ প্ৰতি যুৱসকলৰ আকৰ্ষণ বৃদ্ধিক উৎসাহিত কৰি লেঃ জেনেৰেল ডি এছ আহুজাই কয়, ‘’বিকাশৰ অন্তৰায় হিচাপে থিয় হোৱা আমাৰ পুৰণিকলীয়া ধ্যান ধাৰণাবোৰ ত্যাগ কৰিব লাগে। অৱশ্যে প্ৰযুক্তিৰ দৌৰত কোনোৱে আমাৰ দেশৰ মহান সাস্কৃতিক ঐতিহ্যক বিসৰ্জন দিব নালাগে।‘’

জেনেৰেল গৰাকীয়ে  শিৱিৰত অংশগ্ৰহণকাৰীসকলক সামৰিক শিৱিৰত এগৰাকী সৈনিকৰ দৈনন্দিন কাৰ্যসূচী প্ৰত্যক্ষ কৰি এই বিৰল সুযোগ গ্ৰহণৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে একক বিষয়বস্তুৰে এনে এটা শিৱিৰৰ আয়োজন কৰাৰ বাবে কলকাতা চায়েন্স এণ্ড কালচাৰেল অ’ৰ্গেনাইজেশ্যন ফৰ ইউথ্ আৰু মুখ্য পৃষ্ঠপোষক অধ্যাপক ৰয়ক (মধ্য প্ৰদেশ) ধন্যবাদ জনায়।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd