• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আছুৰ জোঁৰ সমদল

NE NOW NEWS মিটু খাটনিয়াৰ
মাজুলী , May 14, 2018 8:53 pm

1 min read

মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আছুৰ জোঁৰ সমদল
74
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীতো নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰাৰ দাবীত মাজুলী জিলা ছাত্ৰ সন্থাই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

ছাত্ৰ সন্থাৰ নেতৃত্বত উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে জোঁৰ লৈ ৰাজপথলৈ ওলাই আহিল মাজুলীৰ বিভিন্ন দল-সংগঠন।

বৰ্তমান বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সংসদত গৃহীত কৰি অসমত লাখ লাখ হিন্দু-বাংলাদেশীক সংস্থাপিত কৰাৰ কুটিল ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে। জাতি-মাটি আৰু ভেটি সুৰক্ষিত কৰাৰ সপোন দেখুৱাই অসমত গাদী দখল কৰা বিজেপি চৰকাৰখনে অসমৰ সহজ সৰল ৰাইজ তথা জনগণক চৰম প্ৰতাৰণা কৰিছে বুলি অভিহিত কৰে প্ৰতিবাদকাৰী সকলে।

প্ৰতিবাদকাৰী সকলে ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, অসম বাংলাদেশীৰ চৰণীয়া পথাৰ হ’বলৈ দিয়া নহ’ব, শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ’ আদি প্ৰতিবাদী শ্ল’গানেৰে মাজুলীৰ ৰাজপথ কঁপাই তোলে ।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd