• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী হৈয়ে ৰে’ল ভ্ৰমণেৰে চমক দিয়া সোণোৱাল যাত্ৰী হ’ল অতি খৰচী চাৰ্টাৰ বিমানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2018 10:09 pm
Charter_Plane
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰ গঠন কৰিয়েই ৰে’ল ভ্ৰমণ কৰি চমক দিব খোজা, তথা মিতব্যয়িতাৰ কথা সততে কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাৰ্টাৰ বিমান লৈ বিদেশ ভ্ৰমণত যোৱাটোৱে চকু কপালত তুলিছে সৰ্বসাধাৰণৰ। আনহাতে আজিৰ এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও এইটো কথাৰ উদাহৰণেৰে কটাক্ষ কৰে সোণোৱালক।

উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱাল মুখ্য মন্ত্ৰী হৈয়ে গুৱাহাটীৰ পৰা ৰে’লেৰে নিজৰ জন্মস্থান ডিব্ৰুগড়লৈ গৈছিল আৰু তাৰ বাবে তেওঁ সংবাদ মাধ্যমকে ধৰি সৰ্বস্তৰৰ পৰা প্ৰশংসিত হৈছিল।

Apply Now

আনহাতে মিতব্যয়িতাৰ বাবে তেওঁ সতীৰ্থ মন্ত্ৰী-বিধায়কক আহ্বান জনোৱাৰ লগতে নিজেও তেনে কৰিব বুলি সংবাদ মাধ্যমক জনাইছিল। লগতে তেওঁ বৃহৎ কনভয় লৈ ৰাজপথৰ সাধাৰণৰ জনতাক আমনি নিদিয়াৰো সংকল্প লৈছিল, যিটো ৰাজ্যখনৰ মুৰব্বী হিচাপে বাস্তৱত কৰাটো সম্ভৱ নহয়।

আজিৰ সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এইটো কথা টানি আনি, “বিজেপিয়ে মোক হেলিকপ্টাৰ লোৱাৰ বাবে সমালোচনা কৰিছিল। তেওঁ নিজেই চাৰ্টাৰ ফ্লাইট লৈ বিদেশ ভ্ৰমণ কৰিছে। তেৱেঁই অসম বুৰঞ্জীত প্ৰথম মুখ্য মন্ত্ৰী যি বিদেশ ভ্ৰমণত চাৰ্টাৰ ফ্লাইট ব্যৱহাৰ কৰিছে। লগতে নিৰাপত্তাৰক্ষী বেছিকৈ নলওঁ বুলি কৈয়ো তাৰ ওলোটাটোহে কৰিছে।”

উল্লেখযোগ্য যে অলপতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চাৰ্টাৰ বিমান লৈ ভিয়েটানাম ভ্ৰমণ কৰিছিল। কেৱল সেয়ে নহয়, মুখ্য মন্ত্ৰী সোণোৱালে পূজাত উপস্থিত থাকিবৰ বাবে ব্যক্তিগত ভ্ৰমণৰ সময়তো হেলিকপ্তাৰ ব্যৱহাৰ কৰাৰ উদাহৰণ আছে।

মন কৰিব লগীয়া যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি কৃষি মন্ত্ৰী অতুল বৰা আৰু আন ১৩জন বিধায়ক, কৃষি বিভাগৰ অন্যান্য বিষয়াৰে গঠিত এটা বৃহৎ দল শেহতীয়া ভিয়েটনাম ভ্ৰমণৰ অংশীদাৰ আছিল। প্ৰাক্তন মুখ্য মন্ত্ৰীজনে ইয়াক চৰকাৰী ধনৰ অপচয় বুলি অভিযোগ কৰিছে।

অৱশ্যে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধেও তেতিয়া বিজেপিয়ে সঘনাই হেলিকপ্তাৰ ব্যৱহাৰ কৰা বাবে একেই অভিযোগ আনিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

July 12, 2026 7:56 am
৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

July 12, 2026 6:45 am
জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

জীৱন সুৰক্ষা পঞ্জী কেলেংকাৰী : ৫.৫৪ কোটি টকাৰ সা-সম্পত্তি জব্দ কৰিলে ইডিয়ে

July 11, 2026 9:40 pm
৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

৩৬০ কোটি ব্যয়েৰে নতুন ৰূপত সজোৱা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা : কিন্তু খৰচ আৰু সময়সীমাক লৈ আছে প্ৰশ্ন

July 11, 2026 9:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

নৰৱেৰ স্বপ্নভংগ! জুড বেলিংহামৰ যাদুৰে ৮ বছৰৰ পাছত বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ড

July 12, 2026 7:56 am
৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

৩০ ছেকেণ্ডত ১৯৫টা চুম্বন! বিশ্বৰেকৰ্ড গঢ়ি বিশ্বকাপত প্ৰিয় দলৰ পৰাজয়ৰ দুখ পাহৰিলে ব্ৰাজিলীয়ান যুগলে

July 12, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd