• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মূকাভিনয়ৰ বাবে ৰাষ্ট্ৰীয় জলপানি লাভ অসমৰ মিনাংক ডেকাৰ

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , July 14, 2018 1:27 pm

1 min read

মিনাংক

মূকাভিনেতা মিনাংক ডেকা

285
VIEWS
Share on FacebookShare on Twitter

সাংস্কৃতিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ নতুন দিল্লীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰতিভাশালী ব্যক্তিসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় জলপানি প্ৰদান কৰি আহিছে। ২০১৬-২০১৭ বৰ্ষত অসমৰ হৈ একমাত্ৰ মিনাংক ডেকাই প্ৰতিনিধিত্ব কৰি মূকাভিনয়  শাখাত ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছে।

মিনাংক
মূকাভিনয় প্ৰদৰ্শনৰ এটি মুহূৰ্তত মিনাংক ডেকা।

গুৱাহাটীৰ পশ্চিম বৰাগাওঁ  নিবাসী মিনাংক ডেকাৰ এই কৃতিত্বই পিতৃ গোপীকান্ত ডেকা আৰু মাতৃ বুলু ডেকাৰ লগতে  সমূহ অসমবাসীৰ বাবে সুখবৰ কঢ়িয়াই আনিছে।

বনস্থলী একাডেমীৰ  পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰা আৰু কটন বিশ্ববিদ্যালয়ৰ পৰা গনসংযোগ আৰু সাংবাদিকতাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা মিনাংক ডেকাই বিগত পাঁচ বছৰ ধৰি গুৱাহাটীস্থিত “মাইম একাডেমী”ত সংগীত নাটক অকাডেমি বঁটা প্ৰাপক  বিশিষ্ট মূকাভিনেতা মইনুল হকৰ ত্বত্যাৱধানত  শিক্ষা গ্ৰহণ কৰি আছে।

উল্লেখযোগ্য যে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন অনুষ্ঠানত মূকাভিনয় পৰিবেশন কৰা মিনাংক ডেকাই  মূকাভিনয়ক অধিক জনমুখী কৰাৰ অৰ্থে “নিৰ্বাক  যাত্ৰা” নামেৰে এক কাৰ্যসূচী গ্ৰহণ কৰি পথ সুৰক্ষা, জন সজাগতা , দীপৰ বিল সুৰক্ষাৰ হকে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰি  দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd