• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃত্যু দূতত পৰিণত বিশ্বনাথ চাৰি আলিৰ ৰাজপথ : যোৱা কেইবাদিনো ধৰি সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
March 24, 2018 10:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৃত্যু দূতত পৰিণত হৈছে বিশ্বনাথ। এই কথাকে প্ৰমাণ কৰি বিশ্বনাথত ২১ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈকে ধাৰাবাহিকভাৱে সংঘটিত হৈছে ইটোৰ পিছক সিটো পথ দুৰ্ঘটনা।

আজি বিশ্বনাথ চাৰি আলিত সংঘটিত এক পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহী থিতাতে নিহত হয়।

Apply Now

প্ৰাপ্ত তথ্য মতে  বিশ্বনাথ চাৰিআলিৰ এক্সিছ বেংকৰ সন্মুখত ৰতন দাস নামৰ এগৰাকী চাইকেল আৰোহীক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে খুন্দিয়াওৱাৰ ফলত চাইকেল আৰোহী গৰাকীৰ থিতাতে নিহত হয়।

আনহাতে দুৰ্ঘটনাটোৰ ফলত বহু সময় ধৰি  বিশ্বনাথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথটো আবদ্ধ হৈ পৰে। স্থানীয় একাংশই নিহত পৰিয়ালক ক্ষতিপুৰণ প্ৰদান কৰাৰ দাবীত উত্তপ্ত কৰি তোলে ৰাজপথটো।

অৱশ্যে শেহতীয়াকৈ ঘটনা স্থলিত বিশ্বনাথৰ উপ আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী প্ৰশাসন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখযোগ্য যে একেদৰে ২৩ মাৰ্চতো বিশ্বনাথৰ পাভৈ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমিপত বিয়লি এ এছ ০১ এম বি ৭২০৫ নম্বৰৰ বাইক আৰু  এখন টাটা এচিৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

ফলত দুৰ্ঘটনাটোত থিতাতে  নিহত হয় বিসেশ্বৰ বিভাৰ (কৰ্ণ) আৰু গুৰুতৰভাৱে  আহত অংগদ তাঁতি। নিহত বিসেশ্বৰ বিভাৰ দিৰিং প্ৰাথমিক গোট আটছাৰ উপ-সভাপতি আছিল।

 ইফালে ২২ মাৰ্চতো এখন মটৰ চাইকেলেৰে নুৰুল আমিন আৰু কলেজিয়া ছাত্ৰী ছফিনা বেগম আহি থকা অৱস্থাত বিশ্বনাথ ঘাটত হঠাৎ গছ পৰি দুয়োগৰাকী গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত দুয়ো গৰাকীকে বিশ্বনাথ অসামৰিক চিকিৎসালয় ভৰ্তি কৰে যদিও  উন্নত চিকিৎসাৰ বাবে দুয়োকে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।

একেদৰে ২১ মাৰ্চতো সাপেখাতী সপ্তাহিক বজাৰৰ পৰা বিশ্বনাথ অভিমুখী ৪০৭ মালভৰ্তি ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই মাজুলীগড়ৰ বেনঙুনবাৰিত দ’ খাৱৈত বাগৰি পৰে।
ফলত দুৰ্ঘটনাটোত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। আহত লোক কেইজনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকি‌স্যালয়ত ভৰ্তি কৰোৱা হয় পাঁচজন লোকৰ অৱস্থা সংকটজনক আছিল।
আনহাতে উৎপল কুণ্ড নামৰ লোকজনৰ অৱস্থা অতি গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছিল।

স্থানীয় ৰাইজে বিশ্বনাথত ধাৰাবাহিকভাৱে হৈ থকা দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায়।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: যুৱপ্ৰজন্মৰ জয়ত প্ৰিয়ংকা চোপ্ৰা, কমল হাছান আৰু জয়া আখতাৰৰ প্ৰতিক্ৰিয়া

July 25, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd