• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

মৃত্যু বাৰ্ষিকীত বিজেপি, তৃণমূলে সুঁৱৰিলে প্ৰাক্তন কমিউনিষ্ট নেতা নৃপেন চক্ৰৱৰ্তীক

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , December 26, 2017 10:46 pm

2 min read

মৃত্যু বাৰ্ষিকীত বিজেপি, তৃণমূলে সুঁৱৰিলে প্ৰাক্তন কমিউনিষ্ট নেতা নৃপেন চক্ৰৱৰ্তীক
70
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ শাসনাধিষ্ঠিত  চি পি আই(এম)এ প্ৰখ্যাত বামপন্থী নেতা নৃপেন চক্ৰবৰ্তীক অৱজ্ঞা কৰা বুলি বি জে পি তথা তৃণমূল কংগ্ৰেছে মঙলবাৰে শাসনাধিষ্ঠিত দলটোক তীব্ৰ সমালোচনা কৰে। জানিব পৰা মতে দুয়োটা বিৰোধী দলে মঙলবাৰে প্ৰবীন কমিউনিষ্ট নেতা তথা প্ৰাক্তন মুখ্য মন্ত্ৰী জনৰ ১৩ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰে। উল্লেখযোগ্য যে ২০০৪ চনৰ ২৫ ডিচেম্বৰত কলকাতাৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰা চক্ৰৱৰ্তীয়ে ১৯৭৮ৰ পৰা ১৯৮৮ চনলৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ পালন কৰিছিল।

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ ভূমিকা তথা ত্যাগক বৰ্তমানৰ চি পি আই(এম) দলে পাহৰি পেলাইছে বুলি অভিযোগ কৰি বি জে পি ৰাজ্যিক গোটৰ সভাপতি বিপ্লৱ কুমাৰ দেৱে কয় ‘ এয়া অতি দুখৰ কথা যে ত্ৰিপুৰাত চি পি আই(এম) ৰ উন্নতিৰ ক্ষেত্ৰত চক্ৰৱৰ্তীয়ে কৰা ত্যাগক দলটোৱে সম্পূৰ্ণ পাহৰি পেলাইছে।’ দল-মত নিৰ্বিশেষে ত্ৰিপুৰাৰ সকলো লোকেই নৃপেন চক্ৰৱৰ্তীক স্মৰন কৰা উচিত বুলি মন্তব্য কৰি দেৱে আৰু কয়- ‘তেওঁ (চক্ৰৱৰ্তী) সঁচা অৰ্থত কেৱল এজন প্ৰকৃত কমিউনিষ্টেই নাছিল বৰং তেওঁ ভাৰতৰ সমগ্ৰ বামপন্থী আণ্দোলনটোৰ বাবেই এক দৃষ্টান্ত স্থাপন কৰিছিল।’

আনহাতে সোমবাৰে আগৰতলাস্থিত দলৰ মুখ্য কাৰ্যালয়ত নৃপেন চক্ৰৱৰ্তীৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হৈছিল বুলি জানিবলৈ দি  তৃণমূল কংগ্ৰছৰ ৰাজ্যিক আহবায়ক আশিস লাল সিংহই  কয় ‘ আচৰিত কথা যে চি পি আই(এম) দলে মহান নেতা জনক সুঁৱৰিবলৈ একো কাৰ্যসুচীয়ে গ্ৰহণ নকৰিলে।’

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd