• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব কংগ্ৰেছে : কমল নাথ

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , March 3, 2018 8:27 pm

1 min read

Kamal-Nath

কমল নাথ

85
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে দিনটোৰ শেষলৈ মেঘালয়ত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে দাবী তুলিব কংগ্ৰেছে। এই অভিযানত সফল হ’ব বুলি আত্মবিশ্বাস প্ৰদৰ্শন কৰি জ্যেষ্ঠ নেতা কমল নাথে শনিবাৰে এই কথা সদৰী কৰে।

আজি ঘোষিত বিধানসভা নিৰ্বাচনত ওলোমা ফলাফল হোৱা মেঘালয়ত চৰকাৰ গঠনৰ চেষ্টা কৰিবৰ বাবে জ্যেষ্ঠ আহমেদ পেটেল আৰু মুকুল ৱাচনিকৰ সৈতে আহি ইয়াত উপস্থিত হোৱা নাথে কয়, ‘আমি আজি ৰাতি ৰাজ্যপালক এই দাবী কৰিম আৰু চৰকাৰ গঠনৰ বাবে আমাক মাতিবলৈ তেওঁক অনুৰোধ জনাম।’

তেওঁ কয় যে চৰকাৰ গঠনৰ বাবে মেঘালয়ৰ সকলো আঞ্চলিক দলৰ সৈতে কংগ্ৰেছ যোগাযোগত আছে। যিমান পাৰি অসুবিধা দিবৰ বাবে আৰু কংগ্ৰেছক ক্ষমতাৰ পৰা আঁতৰোৱাৰ বাবে ধনবল ব্যৱহাৰ কৰা বুলি তেওঁ বিজেপিৰ বিৰুদ্ধে অভিযোগ তোলে।

ত্ৰিপুৰাত বিজেপিয়ে বাওঁ মৰ্চাক ক্ষমতাৰ পৰা হতোৱা সন্দৰ্ভত নাথে কয় যে ৰাজ্যখনত কংগ্ৰেছ প্ৰতিদ্বন্দ্বী নাছিল। তেওঁ কয়, ‘কিন্তু ত্ৰিপুৰাৰ ৰাইজে খুব সোনকালেই বুজি পাব আৰু তেওঁলোকে এক বৃ্হৎ শ্বক পাব।’

Recent News

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd