• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মেঘালয়ৰ আৰটিআই কৰ্মী হত্যাক কঠোৰ ভাষাৰে গৰিহণা গৃহমন্ত্ৰী জে চাংমাৰ

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , March 22, 2018 12:16 pm

1 min read

James-S.jpg
70
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ যুৱ আৰটিআই কৰ্মী পি মাজাঅ’ক যোৱা সোমবাৰে অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা ঘটনাটোক তীব্ৰ গৰিহণা দিছে ৰাজ্যখনৰ গৃহ মন্ত্ৰী জেমছ চাংমাই।

এই সন্দৰ্ভত ৰাজ্যখনৰ গৃহ মন্ত্ৰী গৰাকীয়ে কয় যে যুৱ নেতা তথা আৰটিআই কৰ্মী গৰাকীৰ হত্যাৰ লগত জড়িত কাকো ৰেহাই দিয়া ন’হব। উল্লেখযোগ্য যে সমগ্ৰ ঘটনাটো তেওঁ ব্যক্তিগতভাৱে পৰ্যবেক্ষণ কৰি থকা বুলি উল্লেখ কৰি আৰক্ষীয়ে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ব্যৱস্থা ল’ব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে মন্ত্ৰী গৰাকীয়ে যোৱা মঙলবাৰে শ্বিলঙত খাচী ছাত্ৰ সন্থাই কৰা উদ্ভণ্ডালিক কোনো কাৰণতে সহ্য কৰা ন’হব বুলিও কঠোৰ সকীয়নি দিয়ে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে জয়ন্তীয়া য়ুথ ফেডাৰেশ্যনৰ সভাপতি তথা আৰটিআই কৰ্মী পি মাজাঅ’-এ শেহতীয়াভাৱে জয়ন্তীয়া হিলছ অটোন’মাছ ডিষ্ট্ৰিক কাউন্সিলত ৰাজহুৱা ধনৰ ব্যৱহাৰত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন কৰিছিল।

তাৰ পাছতে যোৱা সোমবাৰে শেষ নিশা শ্বিলঙৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ নিলগত উদ্ধাৰ হৈছিল ৩৮ বছৰীয়া পি মাজাঅ’ৰ মৃতদেহ। সেয়েহে এই হত্যকাণ্ডটোৰ আঁৰত এটা দুৰ্নীতিগ্ৰস্থ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

যুৱ নেতা তথা আৰটিআই কৰ্মী গৰাকীৰ মৃতু্ ৰহস্য ভেদ কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে ৰাইজে।

 

 

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd