• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ৰ বিকাশত এক বাধা হৈছে মুকুল ছাংমা: ৰিজিজু

NE NOW NEWS এন ই নাও নিউজ
শ্বিলং , February 25, 2018 12:31 pm

2 min read

MoS-Mr-Kiren-Rijiju-in-Shillong.-2-570x320
78
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে মুকুল ছাংমা নেতৃত্বাধীন মেঘালয়ৰ কংগ্ৰেছ চৰকাৰখনক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেইবাখনো কেন্দ্ৰীয় আঁচনি ৰাজ্যখনৰ কংগ্ৰেছ চৰকাৰে বাধাৰ সৃষ্টি কৰাৰ বাবে সম্পূৰ্ণ কৰিব পৰা নগ’ল।

‘’কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বাবে লোৱা বহু কেইখন আঁচনি ৰাজ্যখনত থকা কংগ্ৰেছ চৰকাৰখনৰ অসহযোগিতাৰ বাবে ৰূপায়ন কৰিব পৰা নগ’ল। ভাৰতীয় জনতা পাৰ্টিয়ে মেঘালয়ত চৰকাৰ গঠনৰ পিছত বৰ্তমানৰ কংগ্ৰেছ চৰকাৰৰ সকলো কেলেংকাৰী ফাদিল কৰিব,’’- শনিবাৰে শ্বিলঙৰএখন নিৰ্বাচনী সভাত ভাষণ দি কিৰেন ৰিজিজুৱে এইদৰে কয়।

কিৰেন ৰিজিজুৱে লগতে আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰে মেঘালয়ত সুৰক্ষা ব্যৱস্থা শক্তিশালী তৰি তুলিবলৈ সকলোধৰণৰ সহযোগিতা আগবঢ়াব।

শনিবাৰে সন্ধিয়া নংমাইনছঙত পাইনথৰুমখ্ৰাহৰ দলীয় প্ৰাৰ্থী এ এল হেকৰ হৈ বিজেপিৰ এক নিৰ্বাচনী সভাত ভাষণ দি কিৰেন ৰিজিজুৱে কয় যে কেন্দ্ৰই ৰাজ্যখনক কেৱল আব্যন্তৰীণ আইন-শৃংখলাৰ বাবেই নহয় অসমৰ সৈতে আন্ত:ৰাজ্যিক সীমান্ত আৰু বাংলাদেশৰ সৈতে আন্ত:ৰাষ্ট্ৰীয় সীমান্ততো সুৰক্ষা ব্যৱস্থা আগবঢ়াব।

ইয়াৰ মাজতে নিৰ্বাচনী সভাত ভাষণ দি পৰ্যটন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কে জে এলফ’নছে ৰাজ্যখনৰ খ্ৰীষ্টানসকলৰ বাবে একো নকৰাৰবাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীক সমালোচনা কৰে।

প্ৰায় দুই তিনি হাজাৰ লোক উপস্থিত থকা নিৰ্বাচনী সভাখনত দলৰ অনানুষ্ঠানিক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এ এল হেকৰ হৈ বিজেপিৰ শীৰ্ষ নেতাই নিৰ্বাচনী প্ৰচাৰ চলায়।

 

Recent News

bhaba

হাজোত বনদস্যুৰ বুকুত কঁপনি তুলিছে এগৰাকী মহিলা বন বিষয়াই

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd