DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয় আৰু নাগালেণ্ড নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সীমান্তৱৰ্তী জিলাকেইখনত ড্ৰাই ডে’ ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2018 5:55 pm
ড্ৰাই ডে'
153
VIEWS
Share on FacebookShare on Twitter

মেঘালয় আৰু নাগালেণ্ডত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ বাবে অসমৰ সীমান্তৱৰ্তী জিলা কেইখনত নিৰ্বাচনৰ পূৰ্বে ৪৮ ঘণ্টীয়া  ড্ৰাই ডে’ ঘোষণা কৰিছে।

প্ৰাপ্ত তথ্য মতে অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল বিলাকত ঘোষণা কৰা এই ৪৮ ঘণ্টীয়া ড্ৰাই ডে’ ২৫ ফেব্ৰুৱাৰিৰ বিয়লি ৪ বজাৰ পৰা অৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰিৰ নিৰ্বাচন সমাপ্ত হোৱালৈকে অব্যাহত থাকিব। ধুবুৰী, গোৱালপাৰা, কামৰূপ মেট্ৰ’, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমাহাচাও আৰু কাছাৰ আদি জিলাসমূহত মেঘালয়ত ২৭ ফেব্ৰুৱাৰিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনলৈকে ড্ৰাই ডে’ অব্যাহত থাকিব।

আনহাতে ৩ মাৰ্চত হ’ব লগীয়া ভোট গণনাৰ সময়ত পুনৰ উক্ত জিলা সমূহত ড্ৰাই ডে’ ঘোষণা কৰা হ’ব।

সমান্তৰাল ভাৱে নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন উপলক্ষে ২৭ ফেব্ৰুৱাৰিৰ দিনটোতে অসমৰ সীমান্তৱৰ্তী জিলা যেনে গোলাঘাট, শিৱসাগৰ, চাৰইদেউ, যোৰহাট, ডিমাহাচাও আৰু কাৰ্বি আংলঙত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।

নাগালেণ্ডৰ নিৰ্বাচনৰ বাবেও ঘোষণা কৰা ড্ৰাই ডে’ৰ সময় মেঘালয় নিৰ্বাচনৰ বাবে ঘোষণা কৰা ড্ৰাই ডে’ৰ সময়সূচীৰ সৈতে একে থাকিব।

Recent News

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd