• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয় নিৰ্বাচনত ভোটৰ হাৰ বৃদ্ধি ৮৪.৮৬ শতাংশলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2018 11:04 am
Chief-Electoral-Officer-F.R-Kharkongor
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হৈ যোৱা মেঘালয় বিধানসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৮৪.৮৬ শতাংশলৈ বৃদ্ধি পাইছে। বুধবাৰে মেঘালয় নিৰ্বাচন বিভাগৰ তৰফৰ পৰা এই চূড়ান্ত হাৰৰ কথা জানিবলৈ দিয়ে।

মেঘালয়ৰ মুখ্য নিৰ্বাচনী বিষয়া ফ্ৰেডৰিক খাৰকঙগৰে শ্বিলঙত কালি সংবাদ মাধ্যমক সম্বোধি এই কথা সদৰী কৰে। ৰাজ্যখনত মুঠ ১৮,০৯,৮১৮ ভোটাৰৰ ভিতৰত ১৫,৩৫,৮৪৬ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰে।

Apply Now

উল্লেখ্য যে ৰাজ্যখনত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰে অধিক হাৰত ভোটদান সাব্যস্ত কৰা বুলি জানিবলৈ দিয়ে। ৰাজ্যখনৰ ৮৬.৩০ শতাংশ মহিলা ভোটাৰৰ বিপৰীতে ৮৩.৪০ শতাংশ পুৰুষ ভোটাৰে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

ইফালে চূড়ান্ত ভোটদানৰ হাৰ প্ৰকাশ কৰাৰ পূৰ্বে নিৰ্বাচন বিভাগে মঙলবাৰে ৰাজ্যখনত ৭৭.৬৬ শতাংশ ভোট দান সাব্যস্ত হোৱা বুলি জানিবলৈ দিছিল।

স্মৰ্তব্য যে ডাক বেলট যোগে ভোটদান কৰা ভোটাৰৰ হাৰ ইয়াত অন্তৰ্ভুক্ত নহয়। ইয়াৰ উপৰি ৱিলিয়াম আৰু ৰলিয়াং সমষ্টিৰ অন্তৰ্গত কিংদং টিউবাৰ ভোটকেন্দ্ৰৰ নিৰ্বাচন স্থগিত হোৱা বাবে প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ হাৰত অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি জনায় মুখ্য নিৰ্বাচনী বিষয়াজনে।

মন কৰিবলগীয়া যে নিৰ্বাচনৰ কিছু দিন পূৰ্বে ৱিলিয়ামনগৰৰ এন চি পি প্ৰাৰ্থী জনাথন চাংমাক কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ বাবে উক্ত সমষ্টিটোত নিৰ্বাচন আয়োগে সাময়িকভাবে নিৰ্বাচন স্থগিত ৰাখিছে।

ইয়াৰ বিপৰীতে ৰলিয়াং সমষ্টিৰ অন্তৰ্গত কিংদং টিউবাৰ ভোটকেন্দ্ৰত নিৰ্বাচনৰ দিনা ইলেকট্ৰনিক ভোটিং মেচিন(EVM) বিকল হৈ পৰাৰ বাবে ভোটদান স্থগিত ৰাখে।

জানিব পৰা মতে ৰলিয়াং সমষ্টিৰ অন্তৰ্গত কিংদং টিউবাৰ ভোটকেন্দ্ৰত আজি ৰাতিপুৱা ৭ বজাৰ পৰা পুনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মেঘালয় নিৰ্বাচনৰ ফলাফল অহা ৩ মাৰ্চত ঘোষণা কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd