DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয় বিধানসভাৰ উপাধক্ষ্য নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2018 11:13 pm
meghalaya-legislative-assembly
102
VIEWS
Share on FacebookShare on Twitter

২১ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া মেঘালয় বিধানসভাৰ উপাধক্ষ্য নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰী টিমোঠি ডি ছিৰা আৰু বিধায়ক ডেভিদ এ নংৰামে সোমবাৰে নিজৰ মনোনয়ন দাখিল কৰে।

উপাধক্ষ্য পদৰ বাবে শাসনাধিস্থ মেঘালয় ডেমক্ৰেটিক এলায়েঞ্চৰ প্ৰাৰ্থী ছিৰাৰ নাম নেশ্যনেল পিপ’লছ পাৰ্টি চমুকৈ এন পি পিৰ বিধায়ক জিম এম ছাংমাই প্ৰস্তাৱ কৰাৰ বিপৰীতে ৰাকাম এ ছাংমাই উক্ত প্ৰস্তাৱৰ সমৰ্থন আগবঢ়াই। আনহাতে বিৰোধী দল কংগ্ৰেছৰ প্ৰাৰ্থী নংৰামৰ নাম দলটোৰ বিধায়ক ডিকানচি ডি ছিৰা আৰু এইছ এম ছাংলিয়াঙে প্ৰস্তাৱ কৰে।

এন পি পি বিধায়ক টিমোঠিয়ে তৃতীয় বাৰৰ কাৰণে ৰেছুবেলপাৰা সমষ্টিক প্ৰতিনিধিত্ব কৰিছে আনহাতে কংগ্ৰেছ ডেভিদে দ্বিতীয়বাৰৰ বাবে মাউৰিংনেং সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছে।

উল্লেখ্য যে এবছৰ কাল থকা (২০০৮-০৯) মেঘালয় প্ৰগ্ৰেছিভ এলায়েঞ্চৰ চৰকাৰৰ দিনত টিমোঠি ডি ছিৰা ৰাজ্যখনৰ উপ মুখ্য মন্ত্ৰী আছিল।

কিছুদিন পূৰ্বে ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ ইউ ডি পিৰ সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী ডংকুপাৰ ৰয় মেঘালয়  বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।

Recent News

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

কেৱল মোদীৰ ইমেজ আৰু হিন্দুত্বই নহয় যথেষ্ট! নিৰ্বাচনৰ পূৰ্বে বিজেপিক সকিয়নী আৰএছএছৰ

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

স্ত্ৰী শিক্ষাৰ বিৰোধী! স্কুলীয়া ছাত্ৰীক বিহ দি হত্যাৰ চেষ্টা! অসুস্থ ৮০ গৰাকী ছাত্ৰী

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd