DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেট্ৰিকত অসমৰ ভিতৰতে অষ্টম স্থান দখলেৰে ডিমৌলৈ গৌৰৱ কঢ়িয়ালে গুঞ্জানন বৰুৱাই

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
May 25, 2018 1:58 pm
ATTACHMENT
163
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত অষ্টম স্থান লাভ কৰে ডিমৌৰ দেওদুবি গাঁৱৰ  গুঞ্জানন বৰুৱাই। দোপনী হাইস্কুলৰ পৰা অৱতীৰ্ণ হোৱা গুঞ্জাননৰ এই সাফল‍্যত অঞ্চলটোত আজি উল্লাসৰ জোৱাৰ উঠা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান গুঞ্জাননে সৰুৰ পৰাই ভাল ঢোল বজায় আৰু ভাগৱত পাঠ কৰি ভাল পায়। ঘৰে ঘৰে তামোল-পাণ, মাছ, চাউল আদি বিক্ৰী কৰা গুঞ্জাননৰ দেউতাক ললিত বৰুৱাই পুত্ৰক শিক্ষা দিয়াত অকণো কৃপণালি কৰা নাছিল। পৰীক্ষাৰ সময়ত পুত্ৰক প্ৰয়োজনীয় সামগ্ৰীসমূহ যেনেতেনে হ’লেও যোগাৰ কৰি দিছিল দেউতাকে।

গুঞ্জানন আৰু মাক মিলেশ্বৰী বৰুৱাই ঘৰতে এৰী- মুগা পালন কৰি বিক্ৰী কৰি আৰ্থিকভাৱে দেউতাকক সহায় কৰি আহিছে। পুত্ৰৰ এই সাফল‍্যত মাক-দেউতাক দুয়োগৰাকীৰে চকু আনন্দ তথা আৱেগৰ চকুলোৰে উপচি পৰিছে। দিনে ৮ ৰ পৰা ১২ ঘন্টা পৰ্যন্ত অধ্যয়নত মনোনিৱেশ কৰা গুঞ্জাননে পৰৱৰ্তী পৰ্যায়ত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ‍্যালয়ত বিজ্ঞান বিভাগত পঢ়িবলৈ মন আছে বুলি জানিবলৈ দিছে।

গুঞ্জানন বৰুৱাৰ এই সাফল‍্যত ডিমৌৰ বিভিন্ন সংগঠন,অনুষ্ঠান- প্ৰতিষ্ঠান আদিয়ে ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে। ডিমৌৰ বিশিষ্ট সমাজকৰ্মী মনোৰঞ্জন কোঁৱৰে গুঞ্জাননক শুভেচ্ছা দিয়াৰ লগতে নগদ পাঁচ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগ বঢ়ায়‌।

গুঞ্জাননৰ এই সাফল‍্যত সমূহ ডিমৌবাসী আজি গৌৰাৱাম্বিত আৰু দোপনী হাইস্কুলৰ সমূহ শিক্ষা গুৰুসকললৈ শুভেচ্ছা জ্ঞাপন কৰে ৰাইজে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd