DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদী মিছলীয়া, এতিয়া ৰঙানদীৰ পানী বঢ়াৰ দৰে বাঢ়িছে পে’ট্ৰল-ডিজেলৰ দাম : অখিল গগৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 22, 2018 10:01 pm
akhil gogoi at bokakhat
94
VIEWS
Share on FacebookShare on Twitter

যোৱাবাৰ বাৰিষাত ৰঙানদীৰ পানী বঢ়াৰ দৰেই বাঢ়িছে পে’ট্ৰল-ডিজেলৰ মূল্য। যোৱা প্ৰায় এসপ্তাহ ধৰি দেশত ইন্ধনৰ মূল্য দৈনিক বৃদ্ধি হৈ থকাক লৈ আজি ২২ মে’ত বোকাখাতত এই মন্তব্য কৰিছে অখিল গগৈ ( Akhil Gogoi )য়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘মিছলীয়া’ আখ্যা দি গগৈয়ে কয় যে বিজেপি চৰকাৰে পে’ট্ৰল-ডিজেলক লৈও নিকৃষ্ট ৰাজনীতি কৰিছে৷ ‘১২ মে’ত কৰ্ণাটকৰ নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ দুদিন পিছতেই দেশত পুনৰ পে’ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি পালে’, ক’লে অখিলে।

অসমৰ জনপ্ৰতিনিধিসকলক সমালোচনা কৰি গগৈয়ে কয় যে ৰাজহুৱা ধনেৰে কিনা পে’ট্ৰল-ডিজেল পুৰি গাড়ীৰে সমদল কৰা জনপ্ৰতিনিধিসকলক এই দৰ বৃদ্ধিয়ে কোনোধৰণে প্ৰভাৱিত কৰিব পৰা নাই৷

মেঘালয় আৰু অসমত ইন্ধন মূল্যৰ ব্যৱধান ৪ৰ পৰা ৫ টকা পৰ্যন্ত হোৱাৰ কথা আঙুলিয়াই দি গগৈয়ে দাবী কৰে যে ৰাজ্যিক কৰ হ্ৰাস অবিহনে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিলৈ পৰিৱৰ্তন অহাৰ সম্ভাৱনা ক্ষীণ। কিন্তু এই ক্ষেত্ৰত শাসকীয় দলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বোকাখাতৰ বাটে-ঘাটে আজি ২২ মে’ত প্ৰচাৰ পত্ৰ বিতৰণ কৰি থকাৰ সময়ত ইন্ধন মূল্যবৃদ্ধি সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে এই মন্তব্য কৰে।

Recent News

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

তিনিচুকীয়াৰ কাকপথাৰত সেনাৰ সৈতে আলফা (স্বাঃ)ৰ তুমুল সংঘৰ্ষ, এজন আলফা কেডাৰ নিহত

তিনিচুকীয়াৰ কাকপথাৰত সেনাৰ সৈতে আলফা (স্বাঃ)ৰ তুমুল সংঘৰ্ষ, এজন আলফা কেডাৰ নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd