DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোৰাঝাৰৰ দুই মেধাৱী ছাত্ৰীৰ কাষত ৰাজেন গোহাঁই আৰু শিলাদিত্য দেব; ১০,০০০ টকাৰ আৰ্থিক সাহায্য

মিন্টূ দাস by মিন্টূ দাস
June 1, 2018 10:27 pm
Rajen Gohain and Shiladitya Deb
85
VIEWS
Share on FacebookShare on Twitter

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোজাইৰ মোৰাঝাৰৰ দুই মেধাৱী ছাত্ৰী শ্বাহনাজ চুলতানা আৰু জেবিন কৌছাৰক কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আৰু হোজাইৰ বিধায়ক শিলাদিত্য দেবে আজি মোৰাঝাৰত উপস্থিত হৈ ১০,০০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।

মন্ত্ৰী দুজনে ছাত্ৰী দুগৰাকীয়ে অধ্যয়ন কৰা জ্ঞানজ্যোতি একডেমীৰ চাৰি সীমাৰ দেৱাল নিৰ্মাণৰ বাবে তিনি লাখ টকাৰ আৰ্থিক সাহায্য দিয়াৰ আশ্বাস দিয়াৰ লগতে তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে প্ৰয়োজনীয় খৰচ দিয়াৰ কথা ঘোষণা কৰে।

উল্লেখযোগ্য যে  ২০১৬ চনৰ ১৩ মাৰ্চত শ্বাহনাজৰ পিতৃক দুষ্কৃতিকাৰীয়ে অতি নৃশংসতাৰে হত্যা কৰিছিল। কিন্তু মানসিক ভাৱে ভাগি নপৰা শ্বাহনাজ মেট্ৰিকত টিউচন শিক্ষকৰ সহায় নোলোৱাকৈ পাঁ‌চটা বিষয়ত লেটাৰ নম্বৰ সহ উত্তীৰ্ণ হৈছিল।

আনহাতে একেখন বিদ্যালয়ৰে দিব্যাংগ ছাত্ৰী জেবিন কৌছাৰে ভৰিৰে লিখি মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। কৃতী ছাত্ৰীগৰাকীৰ এক বিশেষ ৰোগত আক্ৰান্ত হৈ হাত দুখন অকামিলা হৈ পৰিছিল। আৰু তেতিয়াৰ পৰাই তেওঁ হাতৰ সলনি ভৰিৰে হাতৰ কাম কৰিবলৈ লয়।

আজি এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই আৰু বিধায়ক শিলাদিত্য দেৱক যমুনামুখ সমষ্টিৰ বিজেপি নেতা বিলাল উদ্দিনে সংগ দিয়ে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd