• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাওঁ জিলাৰ মৈৰাবাৰীত নৃশংস হত্যাকাণ্ডত এজন ব্যৱসায়ী নিহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2018 11:24 pm

1 min read

Murder-representative-image

প্ৰতিনিধিত্বমূলক ছবি

83
VIEWS
Share on FacebookShare on Twitter

মৰিগাওঁ জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত বৰথল দলৈগাঁৱত আজি সন্ধিয়া প্ৰায় ৮ বজাত এগৰাকী যুৱ ব্যৱসায়ীক ডিঙি কাটি হত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিহত লোকজনক মেহদি আলম ওৰফে আৰজো(৩৭) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ওচৰত ফাৰ্মাচী চলাই জীৱিকা নিৰ্বাহ কৰা মেহদি আলমক দোকান বন্ধ কৰি ঘৰলৈ আহি থকা অৱস্থাত কোনো অচিনাকী দূৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি পেলাই থৈ যায়।

দূৰ্বৃত্তৰ আক্ৰমণৰ ফলত আলমৰ থিতাতে মৃত্যু হয়।

বাতৰি লিখা পৰলৈকে যুৱকজনৰ হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

খবৰ অনুসৰি মৈৰাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটোক মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এক গোচৰ ৰুজু কৰি অপৰাধীক কৰায়ত্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে।

Recent News

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

‘মেন আপ’ : পিতৃতান্ত্ৰিকতাক ওফৰাবলৈ পুৰুষসকলক আহ্বান জনালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

দ্বিতীয়বাৰৰ বাবে মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে নিজৰ ফটো প’ষ্ট কৰিলে কৰীণা কাপুৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd