DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যুৱকক হত্যাৰ অপৰাধত যোৰহাটত ন-জনক গ্ৰেপ্তাৰ

দেৱজিৎ বৰুৱা by দেৱজিৎ বৰুৱা
December 15, 2017 8:49 pm
JorhatPolice Jorhat DC files FIR against bank officials in fraudulent withdrawal of government funds case
82
VIEWS
Share on FacebookShare on Twitter

এজন যুৱকক আক্ৰমণ কৰি পিছত গাত জুই লগাই দি নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত আজি  যোৰহাট আৰক্ষীয়ে নজন লোকক আটক কৰে। ঘটনাটো ঘটিছিল যোৱা ১০ ডিচেম্বৰত চিনামৰা আৰক্ষী চকীৰ অধীনৰ জিলা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত। হত্যাৰ বলি হোৱা যুৱকজন আছিল উত্তম বৰপাত্ৰ গোহাঁই (৩৭) আৰু তেওঁৰ ঘৰ চিনামৰাৰ সদৰ মাজগাৱঁত। যুৱকজনৰ পত্নী অমৃতা কৌৰে কালি তেওঁৰ স্বামীক হত্যাৰ অভিযোগ কৰি যোৰহাট সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল। উল্লেখযোগ্য যে নৃশংস আক্ৰমণটোৰ পিছত বেয়াকৈ আঘাতপ্ৰাপ্ত যুৱকজনক ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হস্পিটেললৈ নিছিল যদিও যোৱা বুধবাৰে নিশা তেওঁৰ মৃত্যু হয়। মৃত যুৱকজনৰ গোচৰৰ ভিত্তিত আজি যোৰহাট আৰক্ষীয়ে ক্ৰমে অনন্ত দত্ত, গুণকান্ত বৰা, জেহিৰুল হুছেইন, মন্তু গগৈ, কমলজিৎ সিং, কুলদীপ সিং, মুনীন্দ্ৰ দাস, মহমদ ৰুকুল হুছেইন, ৰমাকান্ত দাওক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে আজি আৰক্ষীয়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আগত হাজিৰ কৰায়। তাৰ পাছতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd