DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যোগচৰ্চাৰ নামত কোনো ৰাজনীতি হ’ব নালাগে : হোজাইত যোগকেন্দ্ৰ উদ্ধোধন কৰি শিলাদিত্য দেব

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
May 27, 2018 5:02 pm
Yoga Centre Inauguarted in Hojai
188
VIEWS
Share on FacebookShare on Twitter

হোজাই নগৰৰ নতুন বজাৰত স্থানীয় বিধায়ক শিলাদিত্য দেব আৰু হোজাইৰ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে আজি এটা যোগকেন্দ্ৰ উদ্ধোধন কৰে।

কেন্দ্ৰটো উদ্ধোধন কৰি শিলাদিত্য দেবে কয়, ‘আমাৰ পৰা যোগাসন শিকাৰ উদ্দেশ্যে আজি ১৮৫ দেশে ভাৰতলৈ চকু দি আছে  কিন্তু আমাৰ যুৱপ্ৰজন্ম জিমত ব্যস্ত।’

আনহাতে  ভাষণৰ মাজতে তেওঁ ‘যোগচৰ্চাৰ নামত কোনো ৰাজনীতি হ’ব নালাগে’ বুলি মন্তব্য কৰি তেওঁ কয় যে বিনা খৰচতে তথা কোনো সঁজুলি নোহোৱাকৈ ইয়াক শিকিব পাৰি।

আজি এই অনুষ্ঠানটোতে উপস্থিত থকা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে অসম চৰকাৰে যোৱা বছৰ ৰাজ্যখনৰ বিভিন্ন ব্ল’কত ১০০ টা যোগকেন্দ্ৰ খোলা হ’ব বুলি ঘোষণা কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘ইয়াৰে হোজাই জিলাৰ বাবে দুটা কেন্দ্ৰ অনুমোদন জনোৱা হৈছে, এটা হোজাইৰ ঢলপুখুৰী ব্ল’কত আৰু আনটো লংকাৰ উদালি ব্ল’কত।’

ইমান দিনে হোজাইৰ ৰাম কৃষ্ণ মিছনত চলাই অহা কেন্দ্ৰটোক এক স্থায়ী স্থানত মুকলি কৰি তেওঁ কয়, ‘যোগ আমাৰ এক বহুমূলীয়া ঐতিহ্যপুৰ্ণ শিক্ষা, ইয়াক প্ৰসাৰ কৰাটো আমাৰ দায়িত্ব।’

তদুপৰি তেওঁ দৈনিক ৩০ মিনিটকৈ যোগাসন কৰিলে আমাৰ মস্তিস্কই কম্পুটাৰৰ দৰে হৈ উঠিব বুলিও মন্তব্য কৰে।

আজিৰ এই উদ্ধোধনী অনুষ্ঠানত স্থানীয় বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত আছিল।

Recent News

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd