• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত মহিলাক খুকুৰিৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা প্ৰাক্তন স্বামীৰ

NE NOW NEWS স্মিতা ভাট্টাচাৰ্য
যোৰহাট , July 24, 2018 10:52 pm

1 min read

বটদ্ৰবাৰ চহৰীয়া গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড; নলে লগা বন্ধুৱে হত্যা কৰাৰ অভিযোগ
65
VIEWS
Share on FacebookShare on Twitter

আজি যোৰহাট জিলাৰ ভোগদৈ দলঙৰ সমীপত এক ভয়ানক ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে ভোগদৈ দলঙৰ সমীপত জুৰি দাস নামৰ এগৰাকী মহিলাক তেওঁৰ প্ৰাক্তন স্বামী জয়ন্ত দাসে মহিলা গৰাকীৰ ১০ বছৰীয়া শিশুটিৰ সন্মুখতে খুকুৰিৰে আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টা চলায়।

আনহাতে ভোগদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া টুলুমনি দুৱৰাই অভিযুক্ত জয়ন্ত দাসক গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিছে।

লগতে ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে কয়।

ইফালে ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জনোৱা অনুসৰি জয়ন্ত দাসে মহিলা গৰাকীক  পূৰ্ব পৰিকল্পনা অনুসৰিয়ে হত্যা কৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। যিহেতু মহিলা গৰাকীয়ে অন্য কোনো ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল যাৰ বাবে জয়ন্ত আৰু মহিলা গৰাকীৰ মাজত বিচ্ছেদ ঘটিছিল।

তাৰোপৰি জয়ন্ত দাসে আৰক্ষীৰ আগত জুৰি দাসে জয়ন্তলৈ হোৱাটচআপ যোগে তেওঁলোকৰ পুত্ৰ সন্তানক বিচাৰি মেছেজ প্ৰেৰণ কৰি থকা বুলিও কয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

Recent News

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

WhatsApp Image 2021-01-21 at 4.10.00 PM

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

Bullet Thali

৬০ মিনিটত এই ‘বুলেট থালী’ খাই শেষ কৰিব পাৰিলে লাভ কৰিব এখন ‘এনফিল্ড বুলেট’, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd