• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটৰ ছোৱালী হোষ্টেলৰ সন্মুখত যৌনাংগ প্ৰদৰ্শনৰ ঘটনা : গ্ৰেপ্তাৰ সুম্ৰিত কুমাৰ দাস

NE NOW NEWS এন ই নাও নিউজ
যোৰহাট , May 14, 2018 2:54 pm

1 min read

51f85f8d-1ddc-45b6-84de-5b67ae9740cb
142
VIEWS
Share on FacebookShare on Twitter

যোৰহাট চহৰৰ তৰাজানৰ চোলাধৰা পথৰ দুটা ছোৱালী হোষ্টেলৰ সন্মুখত দীৰ্ঘদিনধৰি নিজৰ যৌনাংগ প্ৰদৰ্শন কৰি অহা যুৱকজনক যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে আজি পুৱা প্ৰায় ৪ বজাত আটক কৰিবলৈ সক্ষম হয়।

ধৃত যুৱকজন যোৰহাট গড়মুৰৰ শ্ৰীমন্তপুৰৰ নিবাসী সুম্ৰিত কুমাৰ দাস বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। যুৱকজনে ব্যৱহাৰ কৰা দুখন স্কুটী আৰু এখন বাইকো জব্দ কৰে আৰক্ষীয়ে।

যোৰহাট সদৰ থানাৰ আৰক্ষী অধীক্ষকৰ পৰ্যবেক্ষণত হোৱা এই অভিযানত আৰক্ষী বিষয়া দীপাংকৰ গগৈ আৰু হেমেন দাসে নেতৃত্ব দি সফলতাৰে যুৱকজনক আটক কৰে।

উল্লেখ্য যে হোষ্টেল দুটাৰ সন্মুখত দীৰ্ঘদিন ধৰি উক্ত যুৱকজনে নিজৰ যৌনাংগ প্ৰদৰ্শন কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল। আৰু সেই ঘটনাটো সন্দৰ্ভত এচ এফ আই (Students’ Federation of India)ৰ যোৰহাট জিলাৰ সম্পাদক অমৰ কলিতাই দেওবাৰে ১৩ মে’ত যোৰহাট আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

ঘটনাৰ গোচৰ ৰুজু হোৱাৰ কেইঘণ্টা মান পাছতে আৰক্ষীয়ে বিকৃত মানসিকতাৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত যোৰহাটৰ সচেতন মহলে যোৰহাট আৰক্ষীক ধন্যবাদ দিয়াৰ লগতে তেওঁলোকৰ শলাগ লয়।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd