• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাট পৌৰসভাৰ দুৰ্নীতিৰ তদন্ত : আজি পৌৰসভাৰ বিষয়া-কৰ্মচাৰীক শুনানিৰ বাবে উন্নয়ন আয়ুক্তৰ কাৰ্যালয়লৈ তলব

এন ই নাও নিউজ by এন ই নাও নিউজ
May 23, 2018 11:01 am
Jorhat-Municipal-Board-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট পৌৰসভাত বহু দিনৰ পৰা চলি থকা পুঁজি ব্যয়ৰ অনিয়মক লৈ সংবাদ মাধ্যমত খবৰ প্ৰচাৰ হোৱাৰ পিছত এই বিষয়টো এতিয়া চৰকাৰৰ তদন্তৰ আওতালৈ আহিছে। দুৰ্নীতিৰ কথা অন্যান্য সংবাদ মাধ্যমৰ লগতে নৰ্থ-ইষ্ট নাওৰ বাতৰিতো সবিস্তাৰে প্ৰকাশ হৈছিল।

ইয়াৰে পৰিণামস্বৰূপে মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যোৰহাটৰ উপায়ুক্তলৈ বিষয়টো গুৰুত্বসহ ল’বলৈ যোৱা ১৫ মে’ত ই-মেইল যোগে পত্ৰ গৈছিল। তাৰ পাছতে উপায়ুক্তই যোৰহাট জিলা উন্নয়ন আয়ুক্ত ব্ৰজেন চন্দ্ৰ দাসক বিষয়টোৰ তদন্তৰ দায়িত্ব দিয়ে।

Apply Now

উল্লেখযোগ্য যে বিজেপিৰ দখলত থকা যোৰহাট পৌৰ সভাত সংঘটিত হৈ থকা অনিয়মৰ ফলত পৌৰ সভাখন প্ৰায় অচল হোৱাৰ পৰ্য্যায়লৈ গতি কৰা বুলি নৰ্থ-ইষ্ট নাওৰ বাতৰিত প্ৰকাশ পাইছিল। পৌৰ সভাৰ খোদ ৱাৰ্ড কমিশ্যনাৰসকলেই এই শংকা প্ৰকাশ কৰিছিল নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত। অভিযোগ মতে, কংগ্ৰেছৰ দিনৰে পৰা, অৰ্থাৎ ইয়াৰ আগৰ কাৰ্য্যকালৰ পৰা এতিয়ালৈকে হোৱা দুৰ্নীতিৰ ফলত পৌৰসভাখনলৈ পুঁজিৰ যোগান বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। সূত্ৰসমূহে জনোৱা মতে ১৩ আৰু ১৪ বিত্তীয় কালৰ প্ৰথম অংশৰ প্ৰায় ৩ কোটি আৰু দ্বিতীয় অংশৰ প্ৰায় ৫ কোটি টকাৰ ব্যয়ৰ প্ৰমাণ পত্ৰ জমা পৌৰসভাই দিবলৈ বাকী আছে।

তাৰোপৰি এতিয়া চলি থকা বিভিন্ন উন্নয়নমূলক কামতো ব্যাপক দুৰ্নীতি হৈ থকাৰ কথা নিৰ্ভৰযোগ্য সূত্ৰসমূহে জানিবলৈ দিছে। এজন অভিযোগকাৰীয়ে কয় যে ট্ৰেইড লাইচেন্সৰ মাচুল, হৰ্ডিঙৰ মাচুল আদিত অনিয়ম, অৱহেলা আৰু দুৰ্নীতি হৈ আছে।

জানিব পৰা মতে, সম্প্ৰতি দুৰ্নীতিৰ তদন্ত কৰি থকা জিলা উন্নয়ন আয়ুক্তই বিজেপিৰ দখলত থকা যোৰহাট পৌৰসভাৰ দুৰ্নীতিৰ  ১৭ মে’ত পৌৰসভাৰ কাৰ্যবাহী বিষয়ালৈ প্ৰেৰণ কৰা এক পত্ৰৰ জৰিয়তে পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলক ২৩ মে’ৰ পুৱা ১০.৩০ বজাত জিলা উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব লগা শুনানিত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে।

যোৰহাটৰ সচেতন নাগৰিকে পৌৰসভাৰ দুৰ্নীতিৰ তদন্ত হোৱাত আনন্দ প্ৰকাশ কৰিছে আৰু অপৰাধীৰ বিৰুদ্ধে খৰতকীয়াকৈ আইনী ব্যৱস্থা লোৱাটো বিচাৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd