• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰাহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ ধাৰাবাহিক ৰেগিঙৰ বলি কনিষ্ঠ ছাত্ৰ : এজাহাৰ দাখিল

NE NOW NEWS এন ই নিউজ ব্যুৰো, যোৰহাট:
, November 27, 2017 12:44 pm

1 min read

যোৰাহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ ধাৰাবাহিক ৰেগিঙৰ বলি কনিষ্ঠ ছাত্ৰ : এজাহাৰ দাখিল
96
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা কনিষ্ঠ ছাত্ৰক ৰেগিঙৰ নামত নিৰ্যাতন চলোৱাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাষিকৰ ছাত্ৰক উক্ত মহাবিদ্যালয়ৰে সন্দেহযুক্ত  ১০ গৰাকী জ্যেষ্ঠ ছাত্ৰই ধাৰাবাহিকভাৱে ৬ মাহ ধৰি শাৰীৰিক তথা মানসিক নিৰ্যাতন চলাইছিল। জানিব পৰা মতে এই ঘটনাৰ পিছতে মহাবিদ্যালয়খনৰ কৌশিক কলিতা, দৃষ্টান্ত ডেকা  আৰু আমিৰুল হ’ক নামৰ তিনিগৰাকী জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে যোৰহাটৰ গড়মূৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছে।

সংবাদ মাধ্যমৰ আগত এগৰাকী ভুক্তভোগী ছাত্ৰই কোৱা মতে এই তিনিগৰাকী জ্যেষ্ঠ ছাত্ৰই তেওঁক বিগত ৬ মাহ ধৰি শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। তেওঁলোকে হোষ্টেল চৌহদত কিছুমান নিয়ম বান্ধি দিছিল যিটো কনিষ্ঠ ছাত্ৰকেইজনক পালন কৰিবলৈ বাধ্য কৰাইছিল। উক্ত কনিষ্ঠ ছাত্ৰজনক যোৱা শনিবাৰে নিশা অভিযুক্ত তিনি ছাত্ৰই কোঠাত সোমাই আহি বেয়াকৈ মাৰধৰ কৰে। ছাত্ৰজনে এই বিষয়ে অধ্যক্ষগৰাকীক লিখিত অভিযোগ দাখিল কৰাৰ লগতে আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰে।

ভুক্তভোগী ছাত্ৰজনৰ মাকে সংবাদ মাধ্যমক জনায় যে আৰক্ষীয়ে এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশা কৰিছে।

ইয়াৰ মাজতে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে প্ৰাথমিক অনুসন্ধানৰ ভিত্তিত অভিযুক্ত ছাত্ৰ তিনিগৰাকীক তাৎক্ষণিকভাৱে মহাবিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰিছে।

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd