• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

শান্তিপূৰ্ণভাৱে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত, ৭৬ শতাংশতকৈ অধিক ভোটদানৰ হাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 18, 2018 9:27 pm

1 min read

Tripura-polls
71
VIEWS
Share on FacebookShare on Twitter

কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি ত্ৰিপুৰা বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়। নিৰ্বাচনটোত ৰাজ্যখনৰ ৭৬ শতাংশ ভোটদাতাই ভোটদান কৰে।

অৱশ্যে এইবাৰ ভোটদানৰ হাৰ যোৱাবাৰৰ বিধানসভা নিৰ্বাচনৰ তুলনাত ১৭ শতাংশ কম বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে। উল্লেখ্য যে যোৱা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৯১.৮২ শতাংশ।

নিৰ্বাচন আয়োগে কয়, ‘আবেলি৬ বজালৈকে ৭৬ শতাংশ ভোটাৰ ওলাই আহিছিল, এতিয়াও ভোটদানৰ বাবে লোকসকলক শাৰি পাতি থকাক লৈ চাই ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।’

যোৱা সপ্তাহত চিপিআই(এম) প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ন দেৱ বৰ্মনৰ মৃত্যু হোৱাৰ বাবে চৰিলাম সমষ্টিত আজি ভোটদান অনুষ্ঠিত কৰিব পৰা নগল।

সমষ্টিটোত ১২ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে লগতে কয়, ‘ৰাজ্যখনৰ কোনো স্থানৰ পৰাই কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ খবৰ অহা নায়। দুটা বোমা উদ্ধাৰ কৰা হৈছিল যদিও বোমা দুটাক নিস্ক্ৰীয় কৰা হয়।’

শাসনাধিস্থ চিপিআই(এম) চৰকাৰক শাসনৰ গাদীৰ পৰা উফৰোৱাৰ উদ্দেশ্যে বিজেপিৰ হৈ নৰেন্দ্ৰ মোদী, অমিত শাহ আদিৰ দৰে তাৰকা প্ৰচাৰক আহি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd