DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

শাৰীৰিক নিৰ্যাতনৰ পৰা বাছিবলৈ মেঘালয়ৰ স্কুলীয়া ছাত্ৰীয়ে ল’ব কাৰাটেৰ প্ৰশিক্ষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2018 5:10 pm
Self-defence-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

78
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ দেশত বৃদ্ধি পোৱা শাৰীৰিক নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলা প্ৰশাসনে ছোৱালীসকলৰ সুৰক্ষাৰ দিশটোলৈ লক্ষ্য কৰিয়েই গ্ৰহণ কৰিছে এক উল্লেখণীয় পদক্ষেপ। এই উদ্দেশ্যে প্ৰশাসনে জিলাখনত অৱস্থিত বিদ্যালয়সমূহৰ ছাত্ৰীসকলৰ বাবে আয়োজন কৰিছে আত্ম সুৰক্ষা সম্পৰ্কীয় এক কাৰাটে প্ৰশিক্ষণ শিবিৰ। প্ৰশিক্ষণ দিয়াৰ বাবে জিলা প্ৰশাসনে নিয়োগ কৰিছে প্ৰাক্তন কাৰাটে বিশ্ব চেম্পিয়ন লিঞ্জা এফ চিয়েমক।

পশ্চিম খাচী পাহাৰ জিলাৰ উপায়ুক্তই এই প্ৰশিক্ষণৰ ঘোষণা কৰি কয়, ‘জিলা ক্ৰীড়া উন্নয়ন সমিতিৰ সৌজন্যত পোন প্ৰথমবাৰৰ বাবে আমি স্কুলীয়া ছাত্ৰীসকলক এমাহযোৰা এক আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছো’।

ৰাস্তা-ঘাটে ছোৱালীসকলক কৰা অভব্য আচৰণ, গুণ্ডামী, অশালীন ব্যৱহাৰ আদি ৰোধ কৰাৰ উদ্দেশ্যে এই উল্লেখণীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে সদৰী কৰে।

উল্লেখযোগ্য যে মেঘালয়ৰ ভিতৰত পশ্চিম খাচী পাহাৰ জিলাত আটাইতকৈ বেছি যৌন নিৰ্যাতন সম্পৰ্কীয় ঘটনা সংঘটিত হৈছে। আৰু যোৱা তিনিবছৰৰ ভিতৰত জিলাখনত এনেধৰণৰ ঘটনা যথেষ্ট হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বুলি উপায়ুক্তই জানিবলৈ দিয়ে।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড’ছ ব্যুৰ’ৰ (এন ছি আৰ বি) তথ্য অনুসৰি ২০১৫ বৰ্ষটোত ৬.৮ শতাংশ নাৰী নিৰ্যাতনৰ ঘটনা জিলাখনত সংঘটিত হৈছে। আৰু এই সংখ্যা ২০১৬ চনত বৃদ্ধি পাইছে প্ৰায় দুগুণ।

আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ কাৰ্যসূচীটোৰ বিষয়ে জিলা ক্ৰীড়া বিষয়া পি বি ৱাৰ নংব্ৰীয়ে কয় যে ছোৱালীসকলৰ বাবে আয়োজিত এই বিশেষ প্ৰশিক্ষণ শিবিৰ পোন প্ৰথমবাৰৰ বাবে ৰাজ্যখনত জিলা ক্ৰীড়া উন্নয়ন সমিতিৰ সৌজন্যত আয়োজন কৰা হৈছে।

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd