DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও ভৰিৰে লিখিয়েই মেট্ৰিকত প্ৰথম বিভাগ লাভ হোজাইৰ জেবিন কৌছাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2018 10:24 pm
80
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবন্ধী আৰু দৰিদ্ৰতাক নেওচি হোজাইৰ মোৰাঝাৰৰ জেবিন কৌছাৰে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

আজি ঘোষিত ফলাফলত কৃতী ছাত্ৰী গৰাকীয়ে অসমীয়াত ৬০, ইংৰাজীত ৫৯, সাধাৰণ গণিতত ৬০, সাধাৰণ বিজ্ঞানত ৫৮, সমাজ বিজ্ঞানত ৬৫, ভূগোলত ৭০ নম্বৰ সহ মুঠ ৩৮১ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৷

উল্লেখযোগ্য যে কৃতী ছাত্ৰী গৰাকী এক বিশেষ ৰোগত আক্ৰান্ত হৈ হাত দুখন অকামিলা হৈ পৰিছিল। আৰু তেতিয়াৰ পৰাই কৃতী ছাত্ৰী গৰাকীয়ে হাতৰ সলনি ভৰিৰে হাতৰ কাম কৰিবলৈ লয়।

আনহাতে স্কুলত অধ্যয়নৰ তীব্ৰ হেঁ‌পাহ পুহি ৰখা ছাত্ৰী গৰাকীৰ সকলো খৰচ বহন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল মোৰাঝাৰ জ্ঞান জ্যোতি একাডেমীৰ অধ্যক্ষা আফছানা বেগম চৌধুৰীয়ে। সেইমতে ছাত্ৰী গৰাকীক স্কুলখনত ভৰ্তি দিছিল অধ্যক্ষা গৰাকীয়ে।

ফলত ছাত্ৰী গৰাকীয়ে বহু কষ্টৰে অধ্যয়ন কৰি অৱশেষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। ইফালে ছাত্ৰীগৰাকীৰ সাফল্যত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰে। ভৱিষ্যতে শিক্ষয়িত্ৰী হোৱাৰ সপোন পুহি ৰখা জেবিন কৌছৰে হোজাইৰ মৰিয়ম আজমল ৱমেন কলেজত অধ্যয়ন কৰিব বুলি জানিবলৈ দিয়ে।

লগতে মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজৰ ট্ৰাষ্টী ছাদিকুজ  জামানে কৃতী ছাত্ৰী গৰাকীয়ে গাইডেন্স জুনিয়ৰ কলেজত অধ্যয়ন কৰিলে খৰচ বহন কৰাৰো আশ্বাস প্ৰদান কৰিছে।

Recent News

Gas Cylinder price hike

Gas Cylinder price hike: অচ্ছে দিনৰ মাধমাৰ: পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd