DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্য : ধুবুৰীত ৩০ জুনৰ পৰা আৰম্ভ হ’ব জন আন্দোলন কাৰ্যসূচী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2018 10:31 am
NITI-Aayog-570x320

নিটি আয়োগৰ প্ৰতিনিধিৰ সৈতে ধুবুৰীৰ শিক্ষা বিষয়াসকল। ফটো: নৰ্থইষ্ট নাও

116
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহৰ লগতে ধুবুৰী জিলাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ত শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ক্ষেত্ৰভিত্তিক পৰ্যৱেক্ষণ কৰাৰ বাবে  তৃতীয় পক্ষ এটাক দায়িত্ব অৰ্পণ কৰিছে। ধুবুৰী জিলাৰ চৰকাৰী বিদ্যালয়সমূহত চলি খকা আসোঁৱাহসমূহ দূৰীকৰণৰ বাবে তৃতীয় পক্ষ হিচাপে দায়িত্ব লাভ কৰা পীৰামল ফাউণ্ডেচন আৰু নিটি আয়োগৰ সৈতে ধুবুৰী জিলা শিক্ষা বিভাগৰ আলোচনাৰ পাছতে এক জন আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অহা ৩০ জুনৰ পৰা ধুবুৰী জিলাত আৰম্ভ হ’ব এই জন আন্দোলনৰ কাৰ্যসূচী। এই উদ্দেশ্যে মঙলবাৰে নিটি আয়োগৰ টানিয়া নাৰায়ণ আৰু সদাশিৱ ৰেড্ডিৰ উপস্থিতিত ধুবুৰী জিলাৰ শিক্ষা বিষয়াসকলৰ সৈতে হোৱা এক আলোচনাত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

জানিব পৰা মতে, গৌৰীপুৰ শিক্ষা খণ্ডৰ অধীনস্থ সমূহ বিআৰচি আৰু চিআৰচিৰ উপস্থিতত  মঙলবাৰৰ অনুষ্ঠিত সভাত গৌৰীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল কালাম আহমেদক সভাপতি, দিলীপ কুমাৰ ৰয়ক সম্পাদক, আন পাঁচগৰাকীক উপ-সভাপতি হিচাপে লৈ এখন পূৰ্ণাংগ কমিটী গঠন কৰা হৈছে।

নিটি আয়োগৰ প্ৰতিনিধি টানিয়া নাৰায়ণে জনোৱা মতে অহা ৩০ জুনৰ পৰা নতুনকৈ গঠন হোৱা উক্ত সমিতিৰ কৰ্মকৰ্তাসকলে প্ৰতিখন বিদ্যালয়ত উপস্থিত হৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিৰ লগতে অভিভাৱকৰ সৈতে বৈঠকত মিলিত হ’ব। উক্ত বৈঠকত বিদ্যালয়ৰ সমস্যা আৰু আঁসোৱাহ সন্দৰ্ভত আলোচনা কৰা হ’ব তেওঁ বুলি জানিবলৈ দিয়ে।

আনহাতে, এই ক্ষেত্ৰভিত্তিক পৰ্যৱেক্ষণৰ বাবে গৌৰীপুৰ শিক্ষা খণ্ডৰ ৪০ গৰাকী ক্লাষ্টাৰ, ৫৫০খন বিদ্যালয়ৰ ২২০০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক নিয়োগ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd