DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলচৰৰ কালিবাৰীত দুই ফৈদৰ মাজত সংঘৰ্ষ : ৰাজপথত অটোত অগ্নি সংযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2018 11:35 am
শিলচৰ
113
VIEWS
Share on FacebookShare on Twitter

শিলচৰৰ কালিবাৰী চৰত দেওবাৰৰ পৰা দুটা ফৈদৰ মাজত চলি থকা সংঘৰ্ষৰ পৰিণতিৰ ফল স্বৰূপে সোমবাৰে অৰ্থাৎ ৯ এপ্ৰিলৰ নিশা দুৰ্বৃত্তই এখন অটো ৰাজপথতে জ্বলাই দিয়ে। দুটা ফৈদৰ মাজত সৃষ্টি হোৱাৰ এই সংঘাতৰ ফলত দুইটা ফৈদৰে বহু লোক আঘাতপ্ৰাপ্ত হয়।

উল্লেখযোগ্য যে ৯ এপ্ৰিলৰ নিশা একাংশ দুৰ্বৃত্তই শিলচৰৰ কালিবাৰী চৰৰ ৰাজপথতে এখন অটোত অগ্নি সংযোগ কৰাৰ লগতে অটোখনৰ চালক আৰু যাত্ৰীক প্ৰহাৰ কৰে। যাৰ ফলত এই সংঘাতে আৰু ভয়াৱহ ৰূপ ধাৰণ কৰে।

প্ৰাপ্ত তথ্য মতে দুটা দলৰ সংঘৰ্ষই শিলচৰত ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰে যে দুই দলেই পৰস্পৰে পৰস্পৰক শিলগুটি নিক্ষেপ কৰি আঘাতপ্ৰাপ্ত কৰাৰ লগতে তেওঁলোকৰ বাসগৃহ সমূহতো শিলগুটি নিক্ষেপ কৰে।

আনহাতে দেওবাৰৰ পৰা চলি থকা এই দুই দলৰ সংঘৰ্ষৰ বাবে জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছিল। কিন্তু ১৪৪ ধাৰা জাৰি কৰাৰ পিছতো পৰিস্থিতি শান্ত নহ’ল।

ইতিমধ্যে সংঘৰ্ষত আঘাতপ্ৰাপ্ত সকলক শিলচৰ অসামৰিক হস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে। ৯ এপ্ৰিলৰ নিশা ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত আগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। আৰু ঘটনাস্থলীত পৰিস্থিতিত নিয়ন্ত্ৰণৰ বাবে পৰ্যাপ্ত পৰিমাণে আৰক্ষী মোতায়েন কৰা হয় বুলি জানিব পৰা গৈছে।

 

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd