• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিলাদিত্য দেবক ‘চালানী মাছ’ আখ্যা বদৰুদ্দিনৰ; নগাৱঁত এজাহাৰ বিধায়কজনৰ বিৰুদ্ধে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 5, 2018 10:27 pm

1 min read

Badruddin-Ajmal-680x365

ফাইল ফটো

73
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ আগৰ পৰা এতিয়ালৈকে ধাৰাবাহিকভাৱে সাম্প্ৰদায়িক উচটনিমূলক মন্তব্য কৰি অহা বিজেপিৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আজি নগাৱঁত এজন ব্যক্তিয়ে এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰখনত অভিযোগ কৰামতে, এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত বিধায়কজনে উচটনিমূলক সাম্প্ৰদায়িক মন্তব্য দি আহিছে। গতিকে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে।

নগাৱঁৰ ইচলামপট্টীৰ আব্দুল জলিল আকন্দ নামৰ এজন ব্যক্তিয়ে এই এজাহাৰ দিয়া বুলি নগাওঁ আৰক্ষীৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

আনহাতে আজি ধুবুৰীত জমিয়ত উলেমাই পতা এন আৰ চি সম্পৰ্কীয় এখন সজাগতা সভাত অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে বিধায়ক শিলাদিত্য দেবক ‘চালানী মাছ’ আখ্যা দিয়ে।

“তেওঁ হিন্দু সকলৰ ভোট পাবৰ বাবে এইবোৰ মন্তব্য কৰি আছে। তেওঁ আমাৰ দৰে ল’কেল নহয়। তেওঁ চালানী মাছ।” সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰ দি এ আই য়ু ডি এফৰ সভাপতি তথা সংসদজনে কয়।

উল্লেখযোগ্য যে বিধায়ক শিলাদিত্য দেৱে কালি অতি সাম্প্ৰদায়িক মন্তব্যৰে এইখন কেইবছৰ মানৰ পিছত শংকৰ-আজানৰ দেশ গুচি আজমল-আজানৰ দেশ হ’ব বুলি বিতৰ্কিত মন্তব্য কৰিছিল। এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে আজি এইদৰে বিধায়কজনক চালানী মাছ আখ্যা দিয়ে।

 

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd