DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিশু-মাতৃৰ স্বাস্থ্যৰ সজাগতামূলক প্ৰচাৰ অভিযানৰ উদ্দেশ্যে অসমত উপস্থিত হ’ব বলিউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2018 1:32 pm
শিশু-মাতৃৰ স্বাস্থ্যৰ সজাগতামূলক প্ৰচাৰ অভিযানৰ উদ্দেশ্যে অসমত উপস্থিত হ’ব বলিউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খান
102
VIEWS
Share on FacebookShare on Twitter

য়ুনিচেফ ইণ্ডিয়াৰ তাৰকা তথা বলিউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ খানে অসমত শিশু-মাতৃৰ স্বাস্থ্যৰ ওপৰত এক সজাগতা মূলক প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অতি শীঘ্ৰে অসমত উপস্থিত হ’ব।

অতি কম বয়সতে শিশুৰ মৃত্যুৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা ঘটনাক হ্ৰাস কৰাৰ উদ্দেশ্যে তথা এই ক্ষেত্ৰত এক সজাগতা মূলক প্ৰচাৰ অভিযন চলোৱাৰ উদ্দেশ্যে য়ুনিচেফৰ তাৰকা কৰীণা কাপুৰ অসমত উপস্থিত হ’ব।

উল্লেখযোগ্য যে অভিনেত্ৰী কৰীণা কাপুৰ য়ুনিচেফ ইণ্ডিয়াৰ লগত ২০১৩ চনৰ পৰা জড়িত হৈ আহিছে। অভিনেত্ৰী গৰাকীয়ে কিশোৰী, যুৱতীয়ে মাহেকীয়া ঋতুচক্ৰৰ সময়ত ভোগা বিভিন্ন সমস্যাৰ ওপৰতো চলোৱা সজাগতামূলক প্ৰচাৰ অভিযানৰ সৈতে জড়িত হৈ আহিছে।

এই সজাগতামূলক প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত অভিনেত্ৰী কৰীণা কাপুৰে প্ৰায় ৫ খন ৰাজ্যৰ যুৱতী, কিশোৰী, মহিলা আদিৰ সৈতে মত-বিনিময় কৰিছে।

মন কৰিব লগীয়া যে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য কল্যাণ বিভাগে শেহতীয়াকৈ চলোৱা এক অভিযানত দেশত শিশুৰ মৃত্যুৰ হাৰ অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।

শিশুৰ মৃত্যুৰ হাৰ (Infant mortality rate) পৰিসংখ্যা অনুযায়ী ১০০০ টা শিশুৰ ভিতৰত ৪৮০ টা। আৰু এই ১০০০ শিশুৰ ভিতৰত সৰহ সংখ্যক শিশুৰে জন্মৰ পৰা ১ বছৰৰ ভিতৰত মৃত্যু হয়। একেদৰে দেশত মাতৃৰ মৃত্যুৰ হাৰো বৃদ্ধি পাইছে।

আনহাতে এই ক্ষেত্ৰত য়ুনিচেফ ইণ্ডিয়াৰ তাৰকা কৰীণা কাপুৰ খানে উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই ক্ষেত্ৰত সজাগতামূলক প্ৰচাৰ অভিযান চলোৱাৰ পোষকতা কৰে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd