• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশক লৈ সষ্টম জিলা প্ৰশাসন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
July 29, 2018 7:08 am
siv_face

শিৱসাগৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়। ফটো : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝা,  জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালৰ লগতে জিলা প্ৰশাসনৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত শনিবাৰে এন আৰ চিৰ চুড়ান্ত খচৰা সন্দৰ্ভত এখনি ৰাইজ মেল অনুষ্ঠিত হয়। উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা ভৱনত অনুষ্ঠিত হোৱা উক্ত ৰাইজ মেলখনত শিৱসাগৰৰ নাগৰিক সমাজ,  বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আৰু সংবাদ মাধ্যমৰ কৰ্মীসকল উপস্থিত থাকে।

অহা ৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ চুড়ান্ত খচৰাখনলৈ সাধাৰণ নাগৰিক কোনো কাৰণতে শংকিত হ’ব নালাগে বুলি ৰাইজ মেলত ব্যক্ত কৰে জিলা উপায়ুক্তগৰাকীয়ে। উপায়ুক্ত পল্লৱ কুমাৰ ঝাই কয় যে এন আৰ চিৰ এই চুড়ান্ত খচৰাত কোনো ভাৰতীয়ৰ নাম বাদ পৰিলেও পাছত দাবী আপত্তিৰ বাবে পূৰ্ণ সুযোগ লাভ কৰিব। ৰাইজক কোনোধৰণৰ অপ-প্ৰচাৰত ভুল নগৈ প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

Apply Now

উপায়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এন আৰ চিত কোনো প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰি নাযায় আৰু এই চুড়ান্ত খচৰাত এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয়। যদি কিবা কাৰণত কাৰিকৰি বিচ্যুতি বা উপযুক্ত নথি দাখিল কৰিব নোৱাৰাৰ বাবে কোনো ভাৰতীয়ৰ নাম বাদ পৰে, তেন্তে তাৰ দায়িত্ব চৰকাৰ প্ৰশাসনৰ বুলি তেওঁ মন্তব্য কৰে।

কোনো দুষ্ট চক্ৰৰ বিৰুদ্ধে কিবা তথ্য লাভ কৰিলে তাৎক্ষণিকভাৱে ০৩৭৭২-২২২১৪২, ০৩৭৭২-২২২৮০১, ৯৪৩৫৫০০৫৯৭ নম্বৰত যোগাযোগ কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায়।

তদুপৰি, আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱালে কয় যে সম্প্ৰীতিৰ পূণ্যভুমি শিৱসাগৰীয়াই ঐতিহাসিক কালৰে পৰা যি দৰে সম্প্ৰীতিৰ বাৰ্তা বিলাই আহিছে , আগন্তুক দিনটো প্ৰতিজন শিৱসাগৰীয়াই সেয়া বিশ্ববাসীলৈ প্ৰেৰণ কৰিব।

আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰে যে প্ৰয়োজনত জিলাখনত দুটাকৈ আই টি বি পিৰ বেটেলিয়ান মজুত ৰখাৰ লগতে অতিৰিক্ত ৪ টা চি আৰ পি এফৰ কোম্পানীও মজুত আছে। জিলাখনৰ চিনাক্ত কৰা ৪৭ টা এন আৰ চিৰ সেৱা কেন্দ্ৰৰ ২০ টা কেন্দ্ৰত সশস্ত্ৰ বাহিনী ৰখা বুলি তেওঁ সদৰী কৰে ।

আনহাতে, বানপানীৰ ফলত ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে দিচাং ধাইআলি এন আৰ চি কেন্দ্ৰটো বানমুখ গাওঁ পঞ্চায়তলৈ স্থানান্তৰ কৰা হয়।

 

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

June 26, 2026 11:17 am
পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

পুনৰ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা মালবাহী জাহাজত আক্ৰমণ ইৰাণৰ! কি হ’ব শান্তি চুক্তিৰ?

June 26, 2026 10:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ সালসলনিৰ জল্পনা-কল্পনা; নতুন মুখক লৈ বৃদ্ধি পাইছে ৰাজনৈতিক চৰ্চা

June 26, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd