• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত মানৱতাক ভূলুণ্ঠিত : মুখলজ্জা ঢাকিবলৈ নৰ্দমালৈ নিক্ষেপ কৰা নৱজাতকৰ মৃতদেহ উদ্ধাৰ

NE NOW NEWS অনন্ত স্মিথ
শিৱসাগৰ , March 25, 2018 5:14 pm

1 min read

baby_thrown

প্ৰতিনিধিত্বমূলক ফটো।

80
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ চহৰৰ ফুকন নগৰৰ বিনু দাস পথত আজি এটি নৱজাতকৰ মৃতদেহ নৰ্দমাত উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে। মানৱতাক পদানত কৰা এই জঘন্য ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সচেতন লোকসকলক অতি উদ্বিগ্ন কৰি তুলিছে।

ঘটনাৰ বিৱৰণি মতে, আজি পুৱাই বতাহত ভাহি অহা দুৰ্গন্ধৰ উৎস বিচাৰি স্থানীয় লোকে নৰ্দমা মলিয়ন পানীত ওপঙি থকা এই নৱজাতকৰ মৃতদেহটো দেখা পায়। আৰক্ষীক খবৰ দিয়াৰ পিছত আৰক্ষীয়ে আহি মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটো এটি সদ্যোজাত কন্যা শিশুৰ বুলি আৰক্ষী নিশ্চিত হৈছে। মৃতদেহটোৰ অৱস্থালৈ চাই তিনি-চাৰি দিন পূৰ্বে নৰ্দমালৈ নিক্ষেপ কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷

ঘটনাৰ আঁৰত অবৈধ প্ৰেমৰ পৰিণতি নে বিকৃত যৌনাচৰৰ পৰিণতি এতিয়াও জানিব পৰা হোৱা নাই।

স্থানীয় লোকে সন্দেহ কৰামতে, মুখলজ্জা ঢাকিবলৈ কোনো মানৱতাহীন লোকে এইদৰে নৱজাতকটিক জন্মৰ পিছতে হত্যা কৰি নৰ্দমালৈ নিক্ষেপ কৰিছে। আৰক্ষীৰ সঠিক তদন্তইহে ঘটনাটোৰ আচল সত্য পোহৰলৈ আনিব তথা ইয়াত জড়িত দুৰ্বৃত্তৰ শাস্তিৰ বাট মুকলি কৰিব।

উল্লেখযোগ্য যে ইতিমধ্যে আৰক্ষীয়ে নবজাতকৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd