DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ দীঘলিহাবিত বন্যহস্তীয়ে ভাঙিলে দুটাকৈ বাসগৃহ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
December 17, 2017 8:09 am
99
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ ৰাজহ চক্ৰ তথা শিৱসাগৰ বন সংমণ্ডল কাৰ্যালয়ৰ অধীনৰ শান্তিপুৰ গাওঁ পঞ্চায়তৰ দীঘলিহাবি গাওঁত বন্যহস্তীয়ে শুকুৰবাৰে দুটা বাসগৃহ ভাঙি চুৰমাৰ কৰিছে।

জানিব পৰা মতে ৭০-৮০ টা মান বনৰীয়া হাতীৰ এটা জাকে গাওঁখনত প্ৰৱেশ কৰি ভানু গগৈ আৰু মহেন্দ্ৰ বৰাৰ বাসগৃহ দুটা ভাঙি পোলায়। বনৰীয়া হাতীৰ জাকটোৱে লগতে পৰিয়ালটোৰ খাদ্য শস্য, ধান আৰু আন খাদ্য সামগ্ৰীও ধ্বংস কৰে।

ইয়াৰ আগেয়েও প্ৰায়েই অফলা,গৰভাঙা, তাঁতীপথাৰ, চেনিমৰা,জগৰাহাবি আৰু লাৰাপুটা গাওঁত খাদ্যৰ সন্ধানত, বিশেষকৈ খেতি চপোৱাৰ সময়ত বনৰীয়া হাতী আহে।

স্থানীয় লোকে অভিযোগ কৰে যে বন বিভাগে ফটকা ফুটোৱাৰ বাহিৰে বনৰীয়া হাতীৰ সঘন বিচৰণ তথা উপদ্ৰৱ প্ৰতিৰোধ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

স্থানীয় লোকসকলে জানিব দিয়ে যে তেওঁলোকে বনৰীয়া হাতীৰ সম্ভাৱ্য উপদ্ৰৱৰ শংকাত নিদ্ৰাহীন নিশা যাপন কৰিবলগীয়া হৈছে।

 

 

Recent News

নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই উত্তাল যন্তৰ মন্তৰ; আটক বজৰং পুনিয়া, সাক্ষী মালিক

নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই উত্তাল যন্তৰ মন্তৰ; আটক বজৰং পুনিয়া, সাক্ষী মালিক

ইউক্ৰেইনৰ প্ৰত্যাঘাত! ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ; ভয়ংকৰ বিস্ফোৰণ

ইউক্ৰেইনৰ প্ৰত্যাঘাত! ৰাছিয়াৰ দুটা অঞ্চলত ড্ৰ’ন আক্ৰমণ; ভয়ংকৰ বিস্ফোৰণ

গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

নতুন সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে; প্ৰতিষ্ঠা হ’ল ছেংগল

নতুন সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে; প্ৰতিষ্ঠা হ’ল ছেংগল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd