• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ প্ৰধান ডাক ঘৰত অকৰ্তৃত্বশীলভাৱে অনুপস্থিত কৰ্মচাৰী

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , August 8, 2018 6:45 pm

1 min read

শিৱসাগৰৰ প্ৰধান ডাক ঘৰত অকৰ্তৃত্বশীলভাৱে অনুপস্থিত কৰ্মচাৰী
648
VIEWS
Share on FacebookShare on Twitter

আজি শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই পুৱা শিৱসাগৰৰ প্ৰধান ডাক ঘৰত চাডেন ভিজিট দিয়ে।

জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ কাষতে থকা শিৱসাগৰৰ প্ৰধান ডাক ঘৰত উপায়ুক্ত গৰাকীৰ আকস্মিক পৰিদৰ্শন কালত কাৰ্যালয়টোত সৰহ সংখ্যক কৰ্মচাৰীৰ অনুপস্থিত থকাৰ কথা পোহৰলৈ আহে।

ফলত উপায়ুক্ত গৰাকীয়ে কাৰ্যালয়টোত অকতৃত্বশীলভাৱে অনুপস্থিত থকা কৰ্মচাৰী সকলৰ বিৰুদ্ধে ডাক বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাব বুলি প্ৰকাশ কৰে।

লগতে উপায়ুক্ত গৰাকীয়ে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ জাক বিভাগৰ কৰ্মচাৰী সকলক আহ্বান জনায়।

উল্লেখযোগ্য যে যোৱা ৬ আগষ্টত জিলা উপায়ুক্তৰ নিৰ্দেশত তিনি জনীয়া দণ্ডাধীশৰ দল এটাই নগৰ তথা ইয়াৰ উপকণ্ঠ অঞ্চলৰ ১৫ টা চৰকাৰী বিভাগত আকস্মিক ভাৱে পৰিদৰ্শন কৰি ১৬৫ গৰাকী কৰ্মচাৰী অকতৃত্বশীল ভাৱে কাৰ্য্যালয়ত অনুপস্থিত থকাৰ কথা পোহৰলৈ আহিছিল আৰু এই ১৬৫ গৰাকী বিষয়া- কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল জিলা উপায়ুক্তই।

ইফালে জিলা উপায়ুক্তৰ এনে কাৰ্য্যক শিৱসাগৰবাসীয়ে আদৰণী জনোৱাৰ লগতে ভৱিষ্যতেও এনেধৰণে চাডেন ভিজিট দিবলৈ অনুৰোধ জনাইছে।

Recent News

1b1202e81b290d36195a6d88cd150258

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

pm-imran-khan-700x300

বিৰোধীৰ আসনত বহিম তথাপি দুৰ্নীতিক লৈ আপোচ নহ’ব; আস্থা ভোটৰ পূৰ্বে দৃঢ় ইমৰাণ খান

Nagaland-sppiner-750x375

আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্ট প্লেয়াৰ হিচাপে নিৰ্বাচিত নাগালেণ্ডৰ খেইবৃৎছো কেনছে

Screenshot_2021-03-04-20-52-13_1

ৰঞ্জিত দাস হুচিয়াৰ, হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে টীয়কৰ ৰাজপথত বিজেপি কৰ্মীৰ উত্তাল প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd