• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নতুন দিল্লীৰ এইমছত শেষ নিশ্বাস ত্যাগ বিএছএফৰ প্ৰাক্তন ডিজি ৰামমোহনৰ

NE NOW NEWS এনই নাও নিউজ
গুৱাহাটী , April 8, 2018 2:07 pm

1 min read

Rammohan
126
VIEWS
Share on FacebookShare on Twitter

উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰতি এক বিশেষ ধৰণৰ টান থকা বিএছএফৰ প্ৰাক্তন ডিজি ইএন ৰামমোহনৰ আজি পুৱা নতুন দিল্লীস্থিত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইমছত দেহাৱসান ঘটে।

মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰা ইএন ৰামমোহন আছিল প্ৰকৃতাৰ্থত এজন ভদ্ৰলোক, সত্যনিষ্ঠতা আৰু নৈতিকতাৰ মূৰ্ত আকৰ।

উল্লেখযোগ্য যে পূব খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তে ৰামমোহনে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

বিশেষকৈ প্ৰট’কল ভাঙি পথৰ যুৱকসকলৰ সৈতে মুকলিভাৱে কৰা বাৰ্তালাপ, পৰীক্ষাগৃহত ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰা আদি কাৰ্যই ৰামমোহনক পাহাৰীয়া ৰাজ্যখনৰ জনসাধাৰণৰ আপোন কৰি তুলিছিল।

জন্মসূত্ৰে কেৰালাৰ ৰামমোহনে মাদ্ৰাছ খ্ৰীষ্টান কলেজৰ পৰা শিক্ষাগ্ৰহণ কৰি পৰিয়ালৰ অনিচ্ছা সত্ত্বেও প্ৰশাসনীয় পৰীক্ষাত অৱতীৰ্ণ হৈ ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ভাৰতীয় আৰক্ষী সেৱাৰ অসম- মেঘালয়ৰ কেডাৰ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ৰামমোহনে কৈছিল— ‘মই উত্তৰ- পূৰ্বাঞ্চলৰ বিষয়ে জানিব খোজো। সেয়েহে মই ইয়ালৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। মই য’ত ডাঙৰ-দীঘল হৈছো তাতকৈ সম্পূৰ্ণ পৃথক অঞ্চল হৈছে উত্তৰ- পূৰ্বাঞ্চল।‘

মেঘালয়ৰ বাহিৰেও ৰামমোহনে অসম আৰু মণিপুৰত সেৱা আগবঢ়াইছিল।

 

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd